পি এম ইণ্ডিয়া
নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া চিপিএছই আলোচনাচক্ৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷
কেন্দ্ৰীয় ৰাজহুৱা খণ্ড উদ্যোগৰ জেষ্ঠ বিষয়া আৰু মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল আলোচনাচক্ৰত উপস্থিত থাকিব৷ চিপিএছইৰ শ্ৰেষ্ঠ পদ্ধতিসমূহ আলোচনাচক্ৰত প্ৰদৰ্শন কৰা হ’ব৷
কৰ্প’ৰেট প্ৰশাসন, মানৱ সম্পদ ব্যৱস্থাপনা, বিত্তীয় ৰি-ইঞ্জিনিয়াৰিং আৰু নতুন উদ্ভাৱন আদিৰ দৰে বিষয়সমূহ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰা হ’ব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আলোচনাচক্ৰখন সম্বোধন কৰিব৷
***
AKT/AP/MS
At 4:30 PM this evening, PM @narendramodi will attend the CPSE Conclave in New Delhi.
— PMO India (@PMOIndia) April 9, 2018
Senior officers of Central Public Sector Enterprises, and top Ministry officials will take part in the conclave. The conclave will feature presentations on best practices in CPSEs.
— PMO India (@PMOIndia) April 9, 2018