পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমীৰ পবিত্ৰ ক্ষণত দেশবাসীলৈ শুভেচ্ছা জনাইছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিজয়া দশমীৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভকামনা জনাইছোঁ।”
*****
AKT/NT/DB
विजयादशमी के पावन पर्व पर सभी देशवासियों को शुभकामनाएँ! Greetings to everyone on the auspicious occasion of Vijaya Dashmi.
— Narendra Modi (@narendramodi) September 30, 2017