Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্বৰ নেতাসকলে জনোৱা দীপাৱলীৰ শুভেচ্ছাৰ বাবে ধন্যাবাদ দিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইন প্ৰধানমন্ত্ৰী শ্ৰীযুত বৰিছ জনছন, ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত বেঞ্জামিন নেতান্যাহু, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্প, কানাডাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জাষ্টিন ট্ৰুডু, ইজৰাইলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ৰিউভান ৰিভলিন, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত লী ছিয়েন লুং, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত মাইক পেন্সকে ধৰি যিসকল বিশ্ব নেতবৰ্গই দীপাৱলী উপলক্ষে শুভেচ্ছা জনাইছে, তেওঁলোকক ধন্যবাদ জনায়৷

***

VRRK/AK/DB