Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক বিশ্ব পৰিৱেশ দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছে৷

“সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছো৷ আহক আমি সকলোৱে প্ৰকৃতিৰ সৈতে সমন্বয়ৰে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক স্বচ্ছ আৰু সেউজীয়া পৃথিৱী গঢ়ি তোলো৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/KP/SH/MS