Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মীৰাবাই চানুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মীৰাবাই চানুক অভিনন্দন জনায়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা মীৰাবাই চানুক লৈ গৌৰৱান্বিত ভাৰত। তেওঁক অভিনন্দন জনোৱাৰ লগতে উজ্জল ভৱিষ্যত কামনা কৰিলো।

*****

AKT/NT/DB