পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্তি, সহানুভূতি আৰু আশাৰে ভৰা আনন্দময় বৰদিনৰ শুভেচ্ছা জনাইছে। ‘যীচু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সম্প্ৰীতি শক্তিশালী কৰক’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ
‘সকলোকে শান্তি, সহানুভূতি আৰু আশাৰে ভৰা এক আনন্দময় বৰদিনৰ শুভেচ্ছা জনাইছো। যীচু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সম্প্ৰীতি শক্তিশালী কৰক’।
***
MJPS/VJ/MK
Wishing everyone a joyous Christmas filled with peace, compassion and hope. May the teachings of Jesus Christ strengthen harmony in our society.
— Narendra Modi (@narendramodi) December 25, 2025