Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ভাই দুজ’ উৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ভাই দুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷
‘ভাই দুজৰ পবিত্ৰ ক্ষণত মই সকলো দেশবাসীক আন্তৰিক অভিনন্দন জনাইছো৷’
—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/AK/MS