প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ নিকা শক্তিৰ পৰিৱৰ্তনে কেনেদৰে গতি লাভ কৰিছে আৰু দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণত সৌৰ শক্তিৰ বৰ্ধিত ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী আৰু মাইক ব্লুমবাৰ্গৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয় যে প্ৰবন্ধটোত নৱীকৰণযোগ্য শক্তিৰ বিকাশ, ছাদৰ ওপৰত সৌৰ শক্তিৰ সম্প্ৰসাৰণ, সংৰক্ষণ আৰু সঞ্চালনৰ ক্ষেত্ৰত বিনিয়োগৰ ওপৰত আলোকপাত কৰা হৈছে। এই পৰিৱৰ্তনে বিদ্যুৎ বিল হ্ৰাস কৰাৰ লগতে নিয়োগ সৃষ্টি আৰু শক্তি সুৰক্ষাক শক্তিশালী কৰাৰ বিষয়েও প্ৰবন্ধটোত উল্লেখ কৰা হৈছে।
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে;
ভাৰতৰ নিকা শক্তিৰ পৰিৱৰ্তনৰ গতি বৃদ্ধি পাইছে, দেশৰ শক্তিৰ প্ৰয়োজন পূৰণ কৰাত সৌৰ শক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
@MikeBloomberg আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JoshiPralhad-এ নৱীকৰণযোগ্য শক্তিৰ বিকাশ, ছাদৰ ওপৰত সৌৰ শক্তিৰ সম্প্ৰসাৰণ, সংৰক্ষণ আৰু সঞ্চালনৰ ক্ষেত্ৰত বিনিয়োগৰ বিষয়ে প্ৰকাশ কৰিছে।
এই পৰিবৰ্তনে কেনেদৰে বিদ্যুৎ বিল হ্ৰাস কৰাত সহায় কৰিছে, কৰ্মসংস্থাপন সৃষ্টি কৰিছে আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিছে, সেই বিষয়েও তেওঁলোকে আলোকপাত কৰিছে।
India’s clean energy transition is gathering pace, with solar power playing a growing role in meeting the country’s energy needs.
@MikeBloomberg and Union Minister Shri @JoshiPralhad write about the growth of renewable energy, the expansion of rooftop solar and investments in storage and transmission.
They highlight how this shift is helping reduce electricity bills, create jobs and strengthen energy security.
— PMO India (@PMOIndia) November 2, 2026
****
MJPS/SS/VJ/NB
India's clean energy transition is gathering pace, with solar power playing a growing role in meeting the country's energy needs. @MikeBloomberg and Union Minister Shri @JoshiPralhad write about the growth of renewable energy, the expansion of rooftop solar and investments in storage and transmission. They highlight how this shift is helping reduce electricity bills, create jobs and strengthen energy security.
— PMO India (@PMOIndia) November 2, 2026