Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এএছ আনন্দৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এএছ আনন্দৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এএছ আনন্দত বিয়োগত দুঃখিত হৈছো। এই শোকাকূল মুহূৰ্তত তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।”

******

AKT/NT/DB