পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু ফিনলেণ্ডৰ মাজত চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰা হয়৷
এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু ফিনলেণ্ডৰ মাজত নিৰাপত্তাজনিত ঘটনা চিনাক্তকৰণ, সমাধান আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময়ত সহযোগিতা বৃদ্ধি কৰিব৷
২০১৯ৰ জানুৱাৰীত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷
*****
AKT/AK/DB