Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ফ্ৰান্সৰ মাজত পৰিৱেশ ক্ষেত্ৰত সহযোগিতাৰ চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ফ্ৰান্সৰ মাজত পৰিৱেশ ক্ষেত্ৰত সহযোগিতাৰ চুক্তিত অনুমোদন জনাইছে৷

পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত থকা ঘনিষ্ঠ আৰু দীৰ্ঘকালীন সহযোগিতাক এই বুজাবুজিৰ চুক্তিয়ে অধিক সম্প্ৰসাৰিত কৰিব৷

বুজাবুজিৰ চুক্তিয়ে বতৰ পৰিৱৰ্তন আৰু বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰলৈ শেহতীয়া প্ৰযুক্তি আৰু অত্যাধুনিক সা-সজুলি কঢ়িয়াই অনাৰ আশা কৰা হৈছে৷

****

AKT/VBA/MS