পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ভিয়েটনামৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্য ক্ষেত্ৰত বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
এই চুক্তিয়ে ভাৰত আৰু ভিয়েটনামৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্য ক্ষেত্ৰত থকা দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।
***
AKT/VBA/PRK