পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে যে তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেলনীৰ সৈতে এক যুটীয়া অ’প-এড অৰ্থাৎ সম্পাদকীয় মতামত লিখিছে, য’ত ভাৰত আৰু ইটালীৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক কেনেদৰে এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ মাজত থকা সম্পৰ্ক হৈছে এক বিশেষ কৌশলগত অংশীদাৰিত্ব। শ্ৰীমোদীয়ে কয় যে এই শক্তিশালী সম্পৰ্ক উদ্ভাৱন, গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰ দ্বাৰা দৃঢ়ভাৱে চালিত।
এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ
“ভাৰত-ইটালীৰ সম্পৰ্ক কেনেদৰে এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মেলনীৰ সৈতে এটা অ’প-এড লিখিছো। আমাৰ সম্পৰ্ক হৈছে উদ্ভাৱন, গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰ দ্বাৰা চালিত এক বিশেষ কৌশলগত অংশীদাৰীত্ব।”
Penned an op-ed with PM Meloni on how India-Italy ties have reached a decisive stage. Ours is a Special Strategic Partnership driven by innovation, shared democratic values and a common vision for the future.@GiorgiaMeloni https://t.co/4eEMaaInGc
— Narendra Modi (@narendramodi) May 20, 2026
***
MJPS/SS/PRK/NB