পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ’ কাৰ্যসূচীত প্ৰদান কৰা তেওঁৰ ভাষণৰ মূল বিষয়সমূহ শ্বেয়াৰ কৰিছে।
এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;
“ভাৰতলৈ আহক।
আমাৰ সৈতে কাম কৰক।
ভাৰতত ডিজাইন কৰক।
ভাৰতত বিকাশ কৰক।
আৰু সমগ্ৰ বিশ্বৰ বাবে সমাধান সৃষ্টি কৰক।
@BharatInnov2026″
“উদ্ভাৱন ভাৰতৰ ডিএনএত আছে।
ভাৰতৰ যুৱপ্ৰজন্মই বিভিন্ন খণ্ডত উদ্ভাৱন কৰি আছে। তেওঁলোকে গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বানসমূহৰো সমাধান বিচাৰি উলিয়াইছে।
@BharatInnov2026″
“আজি, সমগ্ৰ বিশ্বই এনে প্ৰযুক্তিৰ দিশে চাই আছে যিবোৰ বিশ্বাসযোগ্য, সমাৱেশী, মানৱকেন্দ্ৰিক আৰু গোলকীয় কল্যাণৰ প্ৰতি সমৰ্পিত।
এনে এক সময়ত, ভাৰতৰ অগ্ৰাধিকাৰ স্পষ্ট… মানৱতাৰ বাবে প্ৰযুক্তি আৰু মানৱকেন্দ্ৰিক উদ্ভাৱন।
@BharatInnov2026″
“ভাৰতে ব্যাপক আৰু দ্ৰুতগতিত উদ্ভাৱন কৰে।
ভাৰতে এক বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱন কৰে।
আৰু ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদ্ভাৱন কৰে।
@BharatInnov2026″
Come to India.
Work with us.
Design in India.
Develop in India.
And create solutions for the world.@BharatInnov2026 pic.twitter.com/30OGZcaGWP
— Narendra Modi (@narendramodi) June 14, 2026
*****************
MJPS/SS/ST/DB
Come to India.
— Narendra Modi (@narendramodi) June 14, 2026
Work with us.
Design in India.
Develop in India.
And create solutions for the world.@BharatInnov2026 pic.twitter.com/30OGZcaGWP
Innovation is in India’s DNA.
— Narendra Modi (@narendramodi) June 14, 2026
The youth of India are innovating across sectors. They are finding solutions to pressing global challenges too.@BharatInnov2026 pic.twitter.com/nYNYkzF79u
Today, the world is looking towards technologies that are trusted, inclusive, human-centric and dedicated to the global good.
— Narendra Modi (@narendramodi) June 14, 2026
At such a time, India’s priority is clear…Technology for Humanity and Human-Centric Innovation.@BharatInnov2026 pic.twitter.com/QTM4b1pHp0
Bharat innovates with scale and speed.
— Narendra Modi (@narendramodi) June 14, 2026
Bharat innovates for a sustainable future.
And Bharat innovates for the whole world.@BharatInnov2026 pic.twitter.com/1CBpja6Pxt