Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত ভ্ৰমণ কাৰ্যসূচীত জাৰ্মানীৰ চেঞ্চেলৰৰ সংক্ষিপ্ত বক্তব্য


১) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত জাৰ্মানীৰ চেঞ্চেলৰ ডাঃ এঞ্জেলা মাৰ্কেলে দ্বিপাক্ষিক চৰকাৰী বাৰ্তাৰ পঞ্চমসংখ্যক বৈঠকত অংশগ্ৰহণৰ বাবে ২০১৯ বৰ্ষৰ ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰত

ভাৰতলৈ আহিছিল। চেঞ্চেলৰ মাৰ্কেলৰ লগত জাৰ্মানীৰ বিদেশ মন্ত্ৰী, বিজ্ঞান আৰু শিক্ষা মন্ত্ৰী, খাদ্য আৰু কৃষি মন্ত্ৰী তথা এগৰাকী অতিৰিক্ত প্ৰতিনিধিমণ্ডলীও ভাৰতলৈ আহিছিল। চেঞ্চেলৰ মাৰ্কেলৰ লগত জাৰ্মানীৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ প্ৰধানসহ এগৰাকী বাণিজ্যিক প্ৰতিনিধিমণ্ডলো উপস্থিত আছিল। এই ভাৰত ভ্ৰমণৰ সময়ছোৱাত চেঞ্চেলৰ মাৰ্কেলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত বৈঠকত মিলিত হয়।

 

২) চেঞ্চেলৰ মাৰ্কেল আৰু প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰত – জাৰ্মানীৰ ৰণনীতিত সহযোগৰ সংজ্ঞা মূল্য আৰু লোকতন্ত্ৰ, স্বতন্ত্ৰ তথা নিৰপেক্ষ বেপাৰ আৰু নিয়ম অনুসৰি আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সমান্তৰালভাৱে আত্মবিশ্বাস আৰু সিদ্ধান্তৰ সন্মানৰ ওপৰত আধাৰিত।দ্বিপাক্ষিক বাৰ্তাৰ মূল উদ্দেশ্যসমূহৰ ভিতৰত ৰচনাত্মক তথা আৰু অগ্ৰণী উদ্ভাৱন, বিশেষভাৱে কৃত্ৰিম কৌশলৰ জৰিয়তে সম্পূৰ্ণৰূপত ডিজিটেল পৰিৱৰ্তনৰ সূত্ৰপাত কৰি জলবায়ূ পৰিৱৰ্তনৰ বিষয় সন্দৰ্ভত সহায় সহযোগ কৰি আৰ্থিক বিকাশ স্বচ্ছল কৰা , ইতিবাচক শ্ৰমৰ বাবে বৈজ্ঞানিক গতিশীলতাৰ জৰিয়তে দুয়োখন দেশৰ নাগৰিকৰ মাজত সু-সম্পৰ্ক গঢ়ি তুলি আৰু বহিৰ্জাতিক সংস্থাসমূহক অধিক উন্নত তথাা মজবুত কৰিবলৈ এক বিশ্বাসী বিশ্ব ব্যৱস্থাত যোগদান কৰাৰ কথাও উল্লেখ কৰিছিল।

 

৩. অকৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল পৰিৱৰ্তনৰ ক্ষেত্ৰখনত শক্তিশালী সহযোগ

 

৩) এই সকলোবোৰ দেখিয়েই আগন্তুক বৰ্ষসমূহত আৰ্টিফিছিয়েল ইণ্টেলিজেন্স পৃথিৱীখনৰ জনজীৱন আৰু কাৰ্যক ব্যাপক আৰু বুনিয়াদী ৰূপত প্ৰভাৱিত কৰিব। দুয়োপক্ষই কৃত্ৰিম কৌশলেৰে সম্বন্ধিত প্ৰযুক্তি বিকাশৰ বাবে আৰু ইয়াৰ জৰিয়তে ৰচনাত্মক আৰু তৎকালীন বিকাশক উৎসাহিত কৰাৰ দিশত কাৰ্য সম্পাদনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

 

৪)দুয়ো পক্ষই ভৱিষ্যত প্ৰজন্মৰ প্ৰযুক্তিৰ বিষয় সন্দৰ্ভত সহযোগ কৰাৰ দিশত নিয়মিত বাতৰি আৰু সমণ্বয়ৰ গতি দিবলৈ ডিজিটেল চিন্তাধাৰা গঢ়াৰ মহত্বক আওৰায়। ভাৰত আৰু জাৰ্মানী দুয়ো তৰফৰ পৰা অনুকূল পৰিস্থিতিৰ সদব্যৱহাৰ কৰ সমাজৰ হিতৰ কাৰণে সূচনা- প্ৰযুক্তি আৰু আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ কৌশলৰ বিকাশৰ কাৰণে হাৰ্ডৱেৰ আৰু সমণ্বয়ক বঢ়াই এক সহযোগাত্মাক চিন্তাধাৰাৰ প্ৰতি ইচ্ছুক।

 

৫) দুয়ো পক্ষই আৰ্টফিছিয়েল ইণ্টেলিজেন্সৰ সন্দৰ্ভত নিজৰ- নিজৰ ৰণকৌশল তৈয়াৰ কৰিছে আৰু অনুসন্ধান আৰু নতুন চিন্তাধাৰাৰ লগতে অন্যান্য সমাজৰ লগত জড়িত থকা ইয়াৰ সম্ভাৱনাক চিনাক্ত কৰে। স্বাস্থ্য, গতিশীলতা, পৰ্যাৱৰণ আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সম্ভাৱিত মিলাপ্ৰীতিয়ে আমাৰ মাজত তুলনাত্মক বিকাশ আৰু সহযোগ বঢ়োৱাৰ সুযোগ প্ৰদান কৰে। ভাৰত আৰু জাৰ্মানীৰ বিশেষজ্ঞতা  আৰু শ্ৰেষ্ঠ পৰিস্কাৰ পৰিচ্ছন্নতাৰ বিষয়ত দুয়োখন দেশে নিজৰ মাজতে অংশগ্ৰহণ কৰি কৃত্ৰিম কৌশলেৰে  দ্বিপাক্ষিক সহযোগৰ ক্ষেত্ৰখনত বহুমুখী অনুসন্ধান আৰু বিকাশৰ জৰিয়তে আৰু অধিক আগ বাঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে। ভাৰত-জাৰ্মানীৰ বিজ্ঞান আৰু প্ৰযুক্তি কেন্দ্ৰ মাধ্যমেৰে জাৰ্মানীৰ সংঘীয় শিক্ষা আৰু অনুসন্ধান আৰু বিজ্ঞান তথা প্ৰাদ্যোগিক মন্ত্ৰালয়ে নিজৰ বিকাশৰ ক্ষেত্ৰখন চিনাক্ত কৰিবলৈ ২০২০ বাৰ্লিনত এখন দ্বিপাক্ষিক কৰ্মশালা আয়োজিত কৰাৰ সন্মতি প্ৰদান কৰাৰ কথা ব্যক্ত কৰে।

 

৬) অত্যাধুনিক অনুসন্ধানৰ যোজনাসমূহত দীৰ্ঘ সময়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সহযোগৰ এক মুখ্য বিশেষতাক স্বীকাৰ কৰি, জাৰ্মানী আৰু ভাৰত সংযুক্ত দ্বিপাক্ষিক আৰু / অথবা বহুপক্ষীয় অনুসন্ধান আৰু আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ বিকাশ তথা ইয়াৰ উপযোগেৰে সম্বন্ধিত গতিবিধিৰ সঞ্চালনৰ বাবে মিলিজুলি কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে। ইয়াৰ পৰা জাৰ্মান আৰু ভাৰতৰ প্ৰতিষ্ঠানসমূহৰ আভ্যন্তৰীন সম্পৰ্ক,যিবোৰ সম্পদ ঐচ্ছিক শৃংখলাৰ এটা অংশ, সেইসমূহো ইয়াৰ অন্তৰ্গত। দুয়ো পক্ষই ভাৰত আৰু জাৰ্মানীৰ মাজৰ স্বাস্থ্য ক্ষেত্ৰখনত কৃত্ৰিম পদ্ধতিৰ লগত জড়িত সহযোগ সমূহ বঢ়াবলৈ অপ্ৰতিম দিশসমূহত হেঁচা প্ৰয়োগ কৰিছে। তেওঁ ২০১৯ বৰ্ষৰ ডিচেম্বৰত বাৰ্লিনত অনুষ্ঠিত হোৱা সম্বধিত হিতধিকাৰৰ প্ৰথমখন বৈঠকৰ আয়োজন কৰিছিলাৰু ভাৰতত এনেকৈয়ে অন্য এখন বৈঠকৰ আয়োজন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল।

 

৭) দুয়োগৰাকী নেতাই দক্ষতা বৃদ্ধি কৰা আৰু সংশোধনক ৰক্ষা কৰাৰ লগে লগে খাদ্য সামগ্ৰী নষ্ট কৰা আৰু তাৰ লগত জড়িত জাবৰ জোথৰ কম কৰাৰ উদ্দেশ্যৰে কৃষিৰ ক্ষেত্ৰখনত কৃত্ৰিম প্ৰযুক্তিৰ লগত সম্বধিত সহযোগক আদৰণি জনায়।ইয়াৰোপৰি, দুয়োখন দেশৰ কৃষি মন্ত্ৰালয়ৰ লক্ষ্য হৈছে কৃত্ৰিম প্ৰযুক্তি তথা কৌশলৰ সঠিক প্ৰয়োগৰ কাৰণে আইনী প্ৰক্ৰিয়াৰ লগতে মুক্ত প্ৰশিক্ষণৰ এক মঞ্চ স্থাপিত কৰিব লাগে। দুয়ো পক্ষই ভাৰতৰ কৃষিত ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম পদ্ধতিৰ ব্যৱহাৰ আৰু উত্থানৰ দিশ, যাৰ দ্বাৰ ব্যক্তিগত ক্ষেত্ৰত প্ৰাপ্য সুনিশ্চিত হয়, এইসমূহ নিয়ম বিচাৰিবলৈ ২০১৯ বৰ্ষৰ ৩০ ডিচেম্বৰত নীতি আয়োগ আৰু জাৰ্মান প্ৰতিষ্ঠানসমূহৰ মাজত এখন সভা অনুষ্ঠিত হয়। জাৰ্মানী আৰু ভাৰতে এখন সংযুক্ত কৰ্মশালাৰ মাধ্যমৰে কাৰ্যস্থলীত আৰ্টিফিছিয়েল ইণ্টলিজেন্সক নিজৰ কৰি গ্ৰহণ কৰিবলৈ আৰু অৰ্থব্যৱস্থা আৰু সমাজত ইয়াৰ প্ৰভাৱৰ বাবে উতপন্ন হব পৰা জটিলতাসমূহৰ লগত সম্বন্ধিত অনুসন্ধানসমূহক পৰীক্ষা কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

  

৮)জাৰ্মানী আৰু ভাৰতৰ ডিজিটেল ক্ষেত্ৰখনত বাণিজ্যিক সম্বন্ধ মজবুত কৰিবলৈ ইচ্ছুক। সেইবাবে জাৰ্মানী আৰু ভাৰতীয় ডিজিটেল প্ৰতিষ্ঠানসমূহ সংযুক্ত ৰূপত ইখনে সিখন দেশৰ ব্যাপাৰিক দিশত আৰু দ্বিপাক্ষিক বিনিয়োগৰ পৰিধি বৃদ্ধি কৰিবলৈ আৰু ইয়াক বঢ়োৱাৰ কৌশলী পৰিস্থিতি তন্ত্ৰৰ মাজত অতিৰিক্ত সম্বন্ধ বনোৱাৰ দিশত কাম কৰাৰ কথা প্ৰকাশ কৰে।

 

৯) জাৰ্মানী আৰু ভাৰতে ২০১৭ চনৰ ৩০ মেত বাাৰ্লিনত ডিজিটেলকৰণৰ ক্ষেত্ৰখনক সংযুক্ত কৰাৰ  চুক্তিবদ্ধ হোৱাৰ ঘোষণা- শক্তিকৰণ আৰু আৰ্থিক প্ৰভাৱক সৰোগত কৰি এই ডিজিটেল বাৰ্তাক প্ৰশস্ত কৰাত সন্মতি প্ৰদান কৰে। দুয়ো পক্ষই পৰস্পৰ সহযোগৰ ক্ষেত্ৰ চিনাক্ত কৰিবলৈ আৰু দুয়ো পক্ষৰ দ্বাৰা সংযুক্ত ৰূপত বিবেচনা কৰি ভৱিষ্যতৰ নীতিগত প্ৰৱৰ্তনৰ সম্বন্ধত উপদেশ দিবলৈ অনুসন্ধান সংস্থা আৰু পৰস্পৰ প্ৰতিনিধিক অনতৰ্ভুক্ত কৰি এক ডিজিটেল বিশেষজ্ঞ সমুহ স্থাপন কৰিবলৈ ভাৰতীয় আৰু জাৰ্মানৰ বাণিজ্যিক জগত আৰম্ভনিত আদৰনি জনায়। 

 

১০) দুই পক্ষৰ নেটৱৰ্ক প্ৰণালীত আই টি সুৰক্ষা,পৰীক্ষণ আৰু উপয়োগৰ ক্ষেত্ৰত,বাণিজ্যিক মণ্ডল আৰু বি টু বি প্লেটফর্ম,উদ্যোগ ৪.০ ৰ বাবে ভৱিষ্যতৰ ডিজিটেল পৰিস্থিত তন্ত্ৰৰ আকাৰ দিয়া বিষয় সাঙুৰি বিনিয়োগ সহযোগিতা আৰু গুণৰ তথ্য আদান প্ৰদানৰ বাবে জাৰ্মান প্লেটফর্ম ইণ্ডিস্ট্রেত ৪.০ আৰু পৰৱৰ্তী চি আই আই স্মাৰ্ট পুনৰ নিৰ্মান মঞ্চৰ পৰস্পৰ সম্বোধন কৰা বাবে সন্মত হয়।জাৰ্মানী আৰু ভাৰত সেই বিষয়সমূহৰ সন্দৰ্ভত বিবেচনাৰ আদান প্ৰদান কৰাৰ লগতে অংশীদাৰ কৰাৰ বাবে অনুমতি দিয়ে।দুয়োখন দেশে ষ্টাৰ্টআপ পৰিস্থিতিক তন্ত্ৰক আদৰণি জনাই আগুৱাই যোৱাৰ মহত্বক সমপৰ্যায় বুলিও অভিহিত কৰে।দুই নেতাদ্বয়ে ষ্টাৰ্টআপৰ বাবে বুথ প্ৰচাৰ আয়োজন কৰাৰো প্ৰস্তাৱক আদৰণি জনায়।যি ডিজিটেল ক্ষেত্ৰ খনক অধিক গুৰুত্ব আৰু আগুৱাই লৈ যোৱাৰ লগতে অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰটো সহায় কৰিব।

 

১১) দুয়োপক্ষই এক দায়িত্বশীল তথা মানৱ কেন্দ্ৰীক বিকাশ আৰু আন্তৰাষ্ট্ৰীয় আইনৰ অনুৰূপ কৃত্ৰিম কৌশলৰ উপয়োগ সুনিশ্চিত কৰিবৰ বাবে এক আন্তৰাষ্ট্ৰীয় মঞ্চৰ নিৰ্মানৰ গুৰুত্ব দোহাৰিলে। এই সম্বন্ধৰ জৰিয়তে  জাৰ্মানী আৰু ভাৰতে কৃত্ৰিম কৌশলেৰে সম্বন্ধিত সাৰ্বজনীন যোগদানৰ অংশগ্ৰহণৰ  সুযোগক আদৰনি জনায়।

 

১২)জাৰ্মানী আৰু ভাৰত চাইবাৰ সুৰক্ষাৰ লগত জড়িত সৰ্বোত্তম সম্ভৱ দৃষ্টকোণ চিহ্নিত কৰা আৰু এই সম্পৰ্কে নিজৰ সহযোগী দেশক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া বিকশিত কৰাৰ বাবে এজনে আনজনৰ পৰা পৰামৰ্শ ল’বৰ বাবে সহমত প্ৰকাশ কৰে।

II নবীকৰণ আৰু জ্ঞানৰ মাধ্যমৰ জড়িয়তে বেপাৰ আৰু বিনিয়োগৰ বিস্তাৰ

 

১৩) দুয়ো নেতায়ে দ্বিপাক্ষিক বেপাৰ আৰু বিনিয়োগ বঢ়োৱাৰ বাবে নিজৰ প্ৰতিশ্ৰুতিক গুৰুত্ব প্ৰদান কৰে। দুয়ো পক্ষই ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক সন্তুলিত স্বতন্ত্ৰ ব্যৱসায় চুক্তিৰ ওপৰত গুৰুত্ব দিয়ে আৰু দ্বিপক্ষিক বেপাৰ তথা বিনিয়োগৰ দিশটোত ইউৰোপীয় সংঘ আৰু ভাৰতৰ মাজৰ আলোচনা আকৌ আৰম্ভ কৰাৰ প্ৰয়াস খৰতকীয়া কৰাত সহমত প্ৰকাশ কৰে।

 

১৪) দুয়োপক্ষই বিশ্ব বেপাৰ সংগঠনক কেন্দ্ৰত ৰাখি এক নিয়ম – আধাৰিত আন্তৰাষ্ট্ৰীয় বেপাৰ প্ৰনালীৰ প্ৰতি নিজৰ সম্পূৰ্ন সমৰ্থন ব্যক্ত কৰে। এই পৃষ্ঠভূমিত, ডব্লিই টি অ’ৰ বিবাদ নিস্পতিৰ প্ৰনালীৰ পূৰ্ণ কামকাজ বাহল ৰখা আৰু বিশেষ বা বিভেদক ব্যৱহাৰ,অন্য  সন্মতি আধাৰত নিৰ্ণয় লোৱা আৰু বিকাশাত্মক উদেশ্য যেনে ইহতঁৰ বুনিয়াদী সিদ্ধান্তবোৰ দূৰ্বল কৰা বিনা (ডব্লিউটিঅ’) ত শুধৰণি কৰাৰ সকলো প্ৰয়াস কৰিব লাগে।

 

১৫) দুয়োজন নেতায়ে দুয়োপক্ষৰে দেশৰ ক্ৰমাগত বিকাশক প্ৰশংসা কৰিলে। তেওঁ মেক ইন ইণ্ডিয়া (मित्टेलस्टैंड) (এম আই আই এম) কাৰ্যক্ৰম,যি ১৩৫ জাৰ্মান (मित्टेलस्टैंड) আৰু ১.২ বিলিয়ন ইউৰো কৈ অধিক বিনিয়োগ ঘোষণা কৰা পৰিয়াল আধাৰৰ প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰিলে, এই সফলতাক আদৰনি জনালে। ইউৰোপীয় সংঘ,ইউৰোপীয় সংঘৰ সদস্য দেশ আৰু ভাৰতৰ মাজত বিনিয়োগ সংৰক্ষণ সম্বন্ধীয় সম্বন্ধবোৰ তৎকালীনভাবে সম্পূৰ্ন কৰাৰ চেষ্টা  খৰতকীয়া কৰাত সন্মতি প্ৰকাশ কৰে। ভাৰতে দ্বিপক্ষিক আৰ্থিক সম্বন্ধবোৰ আৰু শক্তিশালী কৰিবৰ বাবে এটা উপায় হিচাপে ভাৰতত প্ৰত্যক্ষ বিনিয়োগ কৰা জাৰ্মান প্ৰতিষ্ঠানবোৰক জাৰ্মানী চৰকাৰৰ দ্বাৰা বিনিয়োগ প্ৰতিশ্ৰুতিৰ নীতিত পুনৰ বাহল ৰাখিবৰ বাবে স্বাগতম জনায়। দুয়োজন নেতায়ে ফাষ্ট টেগ তৎপৰ কামসমূহৰ প্ৰশংসা কৰে যাৰ জড়িয়তে ব্যৱসায়ৰ ক্ষেত্ৰখনত এক শক্তিশালী বিশ্বাসৰ প্ৰচলন কৰা হ’ল।

 

১৬) দেশ দুখনৰ দুই নেতাই দেশৰ ষ্টাৰ্টআপ পৰিস্থিতিৰ তন্ত্ৰকো সাঙুৰি বিনিময় উৎসাহিত কৰাৰ বাবে জাৰ্মান ভাৰতীয় ষ্টাৰ্টআপ বিনিময় কাৰ্যক্ৰম(জি আই এন এছ এ পি) ৰ ভিতৰত এক সফল কাৰ্য বুলি অভিহিত কৰে।তেওঁলোকে জি আই এন এছ এ পি কাৰ্যক্ৰম মধ্যমৰ দ্বাৰা মহত্বপূর্ণ পদক্ষেপ অব্যাহত  ৰখা আৰু অধিক শক্তিশালী কৰাৰ সমান্তৰালভাৱে “নেক্সষ্ট ষ্টাৰ্ট আপ ইণ্ডিয়া” নামৰ এক নতুন জাৰ্মান এক্সেলেটৰ (জিঅ’) যি ভাৰতত জাৰ্মান ষ্টাৰ্টআপ ৰ বাবে পূৰ্ণ জিঅ’ কাৰ্যক্ৰম গঢ় লৈ উঠিব বুলিও প্ৰসংশা কৰে।

 

১৭) দুয়ো নেতায়ে যুৱক সকলৰ বাবে স্থায়ী জীৱিকা আৰু সুযোগ নিৰ্মানৰ বাবে কুশল মানৱ সম্পদৰ,  কুশল নিৰ্মানৰ মহত্বক চিহ্নিত কৰিছে। দুয়োপক্ষই কুশল কাৰ্য্যৰ চাহিদা আৰু অভাৱৰ পৰিমান হ্ৰাস কৰিবৰ বাবে নিজৰ প্ৰয়াস খৰতকীয়া কৰাৰ কথা ব্যক্ত কৰে। এই সম্বন্ধে,তেওঁ চলি থকা গতিবিধিবোৰৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰে আৰু বস্তি – উন্মুখী নিৰ্মানৰ স্থাপন,পাঠ্যক্ৰম নিৰ্মান,প্ৰশিক্ষকৰ প্ৰশিক্ষণ আৰু সহযোগী প্ৰশিক্ষণ সংস্থানৰ বিকাশৰ কাৰণে সমৰ্থনৰ দৰে ক্ষেত্ৰত সহযোগৰ যুটীয়া ঘোষণাৰ নবীকৰণৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ উপৰিও দুয়োপক্ষই নবীকৰণীয় শক্তি, ই – গতিশীলতা আৰু শক্তি – দক্ষতাৰ দৰে নতুন,ৰচনাত্মক আৰু স্থায়ী প্ৰযুক্তিৰ কৌশল বিকাশৰ সমৰ্থন কৰা আৰু দুয়োখন দেশৰে নিজা ক্ষেত্ৰত এই প্ৰয়াস সমূহত অন্তৰ্ভুক্ত হ’বৰ বাবে উৎসাহিত কৰিবৰ বাবে পৰস্পৰ তৎপৰতাক স্বীকাৰ কৰে।

 

১৮)দুয়োজন নেতায়ে ‘জাৰ্মানীৰ লগত অংশীদাৰিত্বৰ বাবে উপযুক্ত’ গঠনপ্ৰনালী জড়িয়তে প্ৰৱন্ধক প্ৰশিক্ষণ কাৰ্যক্ৰমৰ এক দশকতকৈ অধিক সফল সহযোগৰ মূল্যায়ন কৰিলে। এই কাৰ্যক্ৰমত এতিয়ালৈকে ৮০০ তকৈ অধিক ভাৰতীয় প্ৰৱন্ধকে ভাগ লৈছে। তেওঁলোকে এই কাৰ্যক্ৰমৰ জড়িয়তে সহযোগ সম্পন্ন ৰখাক আদৰনি জনাইছে।

 

১৯) দুয়োজন নেতায়ে নতুনকৈ অহা প্ৰযুক্তিৰ লগত কামৰ নতুন ৰূপৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ত এক নতুন আদান প্ৰদানৰ আৰম্ভনি কৰে। ইয়াৰ উপৰিও,সৰ্বজনীন যোগান শৃংখলাত শিশু শ্ৰম আৰু বলপূৰ্বক শ্ৰম বৰ্জনৰ ক্ষেত্ৰত আগবাঢ়িবলৈ, শিশু শ্ৰম,বলপূৰ্বক শ্ৰম,মানৱ সৰবৰাহ আৰু কামৰ পৃথিৱীত আধুনিক দাসত্ব বৰ্জনৰ বাবে আৰ্জেটিনাৰ নেতৃত্বত জি – ২০ দেশৰ ৰণকৌশল পালন কৰিবলৈ সহমত প্ৰকাশ কৰে।

 

২০) দুয়োজন নেতায়ে মানৱ অধিকাৰক সন্মান জনাবৰ কাৰণে ব্যৱসায়িক উদ্যোগসমূহৰ দায়িত্বৰ ওপৰত গুৰুত্ব দিলে আৰু সহযোগী ৰাষ্ট্ৰৰ ব্যৱসায় আৰু মানৱ অধিকাৰ সম্বলিত দিশ নিৰ্নায়ক সিদ্ধান্ত সমূহৰ প্ৰতি আৰু ধাৰাবাহিক স্থায়ী যোগান শৃংখলাসমূহক আগবঢ়াই নিবলৈ জি-২০ প্ৰতিশ্ৰুতিসমূহৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিক আওৰায়। দুয়োপক্ষই এইটো স্বীকাৰ কৰিলে যে পৰস্পৰ ক্ষেত্ৰত ধাৰাবাহিক বিকাশৰ লক্ষ্য (এচ ডি জি) পূৰণ কৰিবলৈ গুৰুত্বপূৰ্ণ অৰিহনা দিব পাৰে আৰু তেওঁলোকে দায়িত্বশীল আৰু স্থায়ী ব্যৱসায় প্ৰথাৰ সঞ্চালনত সহায়ক উদ্যমৰ সৈতে সহযোগ কৰাৰ নিজৰ ইচ্ছা ব্যক্ত কৰিলে। দুয়ো পক্ষ বিশেষভাবে ভাৰত আৰু জাৰ্মানীৰ ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনাবোৰ স্থাপন আৰু কাৰ্য্যক্ষম কৰাৰ বিষয়ে বিশেষজ্ঞ আৰু অভিজ্ঞতা সমূহৰ আদান প্ৰদানত সন্মতি প্ৰকাশ কৰে।

 

২১)তেওঁ জাৰ্মান সমা২১)তেওঁ জাৰ্মান সমাজিক দূৰ্ঘটনা বীমা(ডি জি ইউ ভি),ভাৰতীয় শ্ৰম আৰু কৰ্মসংস্থান মন্ত্ৰালয়ৰ অন্তৰ্গত কৰ্মচাৰি ৰাজ্য বীমা নিগম আৰু সঞ্চালক প্ৰধান (কৰ্মসংস্থাপন) ৰ মাজত বিকলাঙ্গ ব্যক্তিসকলৰ ব্যৱসায়িক ৰোগ,পুনৰ্বাসন আৰু ব্যৱসায়িক প্ৰশিক্ষণ,যি ব্যৱসায়িক ৰোগবোৰ প্ৰতিৰোধ,চিনাক্তকৰণ আৰু চিকিৎসাৰ লগতে বিকলাঙ্গ ব্যক্তিসকলৰ ক্ষমতা নিৰ্মান আৰু সামাজিক পুনৰ্বাসনকো সুনিশ্চিত কৰিব,এই ক্ষেত্ৰত সহযোগ জ্ঞাপনত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লয়।

 

২২)কৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত দুই নেতাই ডিজিটেলকৰণৰ সম্মুখত উৎপাদন কৰৰ প্ৰত্যাহ্বানৰ সৈতে সমাধানৰ উপায়বোৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আৰু এই দিশত হ’বলগীয়া প্ৰগতিকো আদৰণি জনায়।ইয়াৰ লগতে জি-২০ দ্বাৰা মহত্বপূৰ্ণ কাৰ্যক্ৰমৰো সমৰ্থন আৰু আদৰণি জনায়,য’ত দুই স্তম্ভৰ সমাবেশ অনুষ্ঠিত হয়। ওআইচিডি ত পৰিৱৰ্তন আৰু যি ২০২০ বৰ্ষত এক আকৰ্ষিত ৰূপ বিৱৰণ দিয়া হ’ব।জাৰ্মান আৰু ভাৰতে দুই স্তম্ভৰ ওপৰত সৰ্বসন্মতি আধাৰিত সমাধান সম্ভৱন কৰাৰ ক্ষেত্ৰতো ইচ্ছা প্ৰকাশ কৰিছে যিয়ে ব্যৱস্থাটোৰ ক্ষেত্ৰটো উৎকৃষ্ট বুলিও প্ৰমাণিত হ’ব।

 

২৩)দুই নেতাদ্বয়ে ইণ্ডো-জাৰ্মান বিত্ত মন্ত্ৰালয়ৰ বিশিষ্ট অধিকাৰী সকলৰ বৈঠকতো এই ব্যৱস্থাৰ আদৰণি জনোৱাৰ লগতে আলোকপাত কৰে।এই ক্ষেত্ৰত তথ্যৰ আদান প্ৰদান আৰু পাৰস্পৰিক আৰ্থিক হিতৰ বাবে এখন মঞ্চৰ ঘোষণা কৰে।বৈঠকৰ সময়ছোৱাত বিত্তীয় আৰু বীমা ক্ষেত্ৰ সমূহৰ লগতে ডিজিটেলকৰণ দ্বাৰা আহিবলগীয়া প্ৰত্যাহ্বানৰ ওপৰতো আলোচনা হয়।

 

২৪)পৰিবহণৰ দিশ সমূহৰ ওপৰত দুই দেশৰ নেতাই নাগৰিক অধ্যান ক্ষেত্ৰৰ সহযোগত এক বিশেষ ঘোষণা পত্ৰটো স্বাক্ষৰ কৰাত গুৰুত্ব আগবঢ়াই।য’ত তথ্যৰ যোগানৰ লগতে কৌশল আৰু আন কৌশল প্ৰশিক্ষণত সহযোগিতা কৰাৰ বাবে সক্ষম হয়। তেওঁলোক ব্যৱসায়ীক সমন্বিত আৰু ভাৰতৰ বাণিজ্যিক বিমানৰ সফল বিকাশ আৰু সঠিক উপাদানৰ ব্যৱস্থাত অন্তৰ্ভুক্ত হব বাবেও প্ৰস্তাৱ গ্ৰহণ কৰে,য’ত উদ্যোগিক উৎপাদনৰ বিষয় সমূহো অন্তৰ্ভুক্ত হয়।

 

২৫)ভাৰত আৰু জাৰ্মানৰ ৰে’ল  ৱে ব্যৱস্থাৰ এক সুকীয়া আৰু সফল ইতিহাস আছে ।দুই দেশৰ নেতাই  ৰে’লৰ প্ৰশিক্ষণৰ সময়ছোৱাত একলগে কাম কৰাৰ লগতে ৰে’লৱে সুৰক্ষা,উচ্চ গতি আৰু অৰ্ধ উচ্চ গতিৰ ক্ষেত্ৰতো বিভিন্ন তথ্য আদান প্ৰদান কৰে।যি আদান প্ৰদানৰ ব্যৱস্থা ভৱিষ্যতৰ বাবেও উপকাৰী হ’ব।নেতাদ্বয়ে ভাৰতৰ ৰে’লৰ অত্যধিক-গতি,মধ্য-গতি আৰু ৰে’ল প্ৰয়োগ ব্যৱস্থা আৰম্ভ কৰাৰ ক্ষেত্ৰত দুই পক্ষই সন্মতি ব্যক্ত কৰে।

 

২৬) দুয়োপক্ষই আই সাধাৰণ পৰিষদৰ সভা ২০১৩  ত স্বাক্ষৰ কৰা যৌথ ঘোষণাপত্ৰৰ আধাৰত গুণাগুনৰ প্ৰাথমিক আধাৰৰ ওপৰত ইণ্ডো জাৰ্মান ৱৰ্কিং গ্ৰুপত সহযোগৰ পোষকতা কৰে। দুয়োখন চৰকাৰে দ্বিপক্ষিক কৌশল আৰু আৰ্থিক সহযোগৰ ৰূপৰেখাৰ ভিতৰত নিজৰ প্ৰতিশ্ৰুতি আওৰায়,আৰু দুয়ো চৰকাৰে নিজৰ গ্ল’বেল প্ৰজেক্ট বি এম ডব্লিউৰ আন্তঃ গাঠনিৰ গুণাগুনৰ (জি পি কিউ আই) জড়িয়তে ২০২০ৰ আগৰ কামসমূহ সমৰ্থন কৰাৰ ইচ্ছা ব্যক্ত কৰে।

 

২৭) নেতাকেইজনে দুয়োখন দেশৰ মাজত বৰ্তমানৰ মহাকাশ সম্বন্ধীয় সহযোগৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰিলে আৰু বিশ্ব পৰিদৰ্শন আৰু বিপৰ্যয় ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰবোৰত ইয়াক আৰু শক্তিশালী কৰাৰ সন্দৰ্ভত আদৰনি জনায়। লগতে তেওঁ ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠন (ইছৰ’) আৰু জাৰ্মান এৰ’স্চেচ চেন্টাৰ(ডি এল আৰ) ৰ মাজত কৰ্মীৰ আদান প্ৰদানৰ বাবে ৰূপায়ন ব্যৱস্থাত স্বাক্ষ্যৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

২৮) দূৰ্য্যোগ প্ৰতিৰোধৰ প্ৰাৰ্থমিক গাঁঠনি(চি ডি আৰ আই) ৰ বাবে সহযোগক আদৰনি জনায়,ৰাষ্ট্ৰীয় চৰকাৰ,সহযোগী ৰাষ্ট্ৰ এজেঞ্চি আৰু কাৰ্য্যসূচী,বহুপক্ষীয় বিকাশ বেঙ্ক আৰু অৰ্থনীতি তত্ব,ব্যক্তিগত ক্ষেত্ৰ,শৈক্ষিক আৰু শৈক্ষিক সংস্থানৰ সাৰ্বজনীন সহযোগ,যাৰ উদেশ্য ব্যৱস্থা প্ৰণালী আৰু প্ৰাৰ্থমিক গঠন  নমনীয় কৰা,লগতে ইয়াৰ উদেশ্য ধাৰাবাহিক বিকাশ(এচ ডি চি), পেৰিছ জলবায়ু চুক্তি আৰু বিপৰ্যয় প্ৰতিৰোধৰ বাবে নমুনা তৈয়াৰ কৰিব লাগিব। জাৰ্মানীয়ে  চি ডি আৰ আই ৰ বাবে সমৰ্থন প্ৰকাশ কৰিলে আৰু আনুস্থানিকভাবে চি ডি আৰ আই ত অন্তৰ্ভূক্তিৰ ঘোষণা কৰে,আনহাতে একে সময়তে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগী সকলৰ লগত জলবায়ু আৰু বিপৰ্যয় নমনীয় আৰু স্থায়ী প্ৰাথমিক গাঁঠনিত বিনিয়োগৰ বাবে কাম কৰি আছিল।

III জলবায়ু আৰু ধাৰাবাহিক বিকাশৰ বাবে কাৰ্য্যকলাপ

 

২৯) একে সময়তে নবীকৰণযোগ্য শক্তিক আগবঢ়াই নিয়া আৰু শক্তিৰ দক্ষতা বঢ়োৱাৰ মাধ্যম হিচাপে জলবায়ু পৰিবৰ্তন হ্ৰাস কৰিবৰ বাবে কাৰ্বন উৎপাদন কম কৰাৰ জড়িয়তে দুয়ো নেতায়ে গ্ৰহটোৰ সুৰক্ষাৰ বাবে নিজৰ যৌথ দায়িত্ব স্বীকাৰ কৰে। দুয়োখন দেশৰ বাবে,ধাৰাবাহিক বিকাশ লক্ষ্য আৰু পেৰিছ চুক্তি তেওঁলোকৰ সহযোগত দিকদৰ্শক হিচাপে কাম কৰে। তেওঁ এই কথাটো গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত আৰু জাৰ্মানীত এক সফল শক্তি আৰু পৰিবহনৰ বাবে দুয়োখনে দেশে ইখনে আনখনৰ পৰা শিকা আৰু জলবায়ু সংৰক্ষণৰ আৰ্থিক ক্ষমতাৰ বাবে ঘনিষ্ঠ সহযোগ কৰাৰ প্ৰয়োজন আছে।

 

 ৩০) দুয়োজন নেতায়ে বৰ্তমানৰ জনবায়ুক লৈ বিশ্বব্যাপী অপৰ্যাপ্ত ধৰণে কাম কৰাৰ সম্বন্ধে নিজৰ গভীৰ চিন্তা ব্যক্ত কৰে আৰু সকলো দেশৰ লগত নিজৰ প্ৰয়াসক আগবঢ়াই নিবলৈ আহ্বান কৰে। জাৰ্মানী আৰু ভাৰত বিভিন্ন ৰাষ্ট্ৰীয় পৰিস্থিতিক আগত ৰাখি সমভাব আৰু সাধাৰণ কিন্তু পৃথক দায়িত্ব আৰু ক্ষমতা সম্বন্ধিয় সিদ্ধান্তৰ আধাৰত জলবায়ুত কামৰ আৱশ্যকতা ওপৰত গুৰুত্ব দিয়ে আৰু পেৰিছত হোৱা চুক্তিৰ আধাৰত নিজৰ এন ডি চিৰ বিকাশ কৰাৰ বাবে দেশত কাম কৰিবৰ বাবে সন্মতি প্ৰকাশ কৰে। এই ভাবধাৰাৰে,আৰু আই পি চিচি ৰ বৰ্তমানৰ মূল বিষয়লৈ চাই ইউৰোপীয় সংঘ আৰু ভাৰতৰ সহযোগী হিচাপে জাৰ্মানী,দীৰ্ঘ্য সময়ৰ সেউজ গৃহ গেছ নিৰ্গমন, পেৰিছ চুক্তিৰ ২ অনুচ্ছেদৰ বিকাশৰ ৰণনীতিৰ নিৰ্মান আৰু সঞ্চাৰ কৰাৰ প্ৰয়াস কৰে। বিভিন্ন ৰাষ্ট্ৰীয় পৰিস্থিতিক লক্ষ্য ৰাখি সমতা,সামান্য কিন্তু পৃথক দায়িত্ব আৰু সম্বন্ধীয় ক্ষমতাৰ আধাৰত,আৰু ধাৰাবাহিক বিকাশ আৰু দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়াসৰ বাবে কাম কৰি থকা গৈছে।

 

৩১)ভাৰত আৰু জাৰ্মানে সেউজ বতৰ নিধিৰ এক সফল পূৰ্ণ মহত্বৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা আৰু বিকাশিত দেশ আৰু অন্য দেশে এনে কৰাৰ কাৰণে উৎসাহিত কৰাৰ লগতে পোন প্ৰথম বাৰৰ বাবে সেউজ বতৰ নিধিত যোগদান কৰাৰ বাবে পেৰিছ চুক্তি আৰু ইউ এন এফ চি চি চি ৰ ব্যৱস্থাৰ অনুৰূপ অবধি দ্বাৰা যোগদান কৰে।দুই নেতাই সফল cop25 ৰ ভিন্ন দিশত অৱস্থিত ৰূপ দিয়াৰ লগতে বিভিন্ন বেপাৰ বাণিজ্যত স্পষ্ট নিয়মসমূহক কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰি যি পৰিৱেশ আখণ্ডতা অটুট ৰক্ষা কৰা আৰু বিকশিত ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ।

 

৩২)ভাৰত আৰু জাৰ্মানীৰ ৬০ বছৰো অধিক দীৰ্ঘ সময়ৰ পৰা স্থায়ী আৰু সফল বিকাশৰ বাবে এখন দেশে আন এখন দেশৰ সহযোগিতা আগবঢ়াই আহিছে।দুই নেতাই বিনিয়োগৰ ক্ষেত্ৰত দুয়োৱে  কৃতজ্ঞতা প্ৰকাশ কৰে,য’ত অধিক শক্তিশালী,স্থিৰ আৰু জলবায়ু,পৰিৱেশ আৰু প্রকৃতি সংশোধনীৰ স্থায়ী ব্যৱস্থাৰ ক্ষেত্ৰত সংৰক্ষণৰ বাবে একেলগে কাম কৰাৰ কথাও নিশ্চিত কৰে।

৩৩) দুয়ো পক্ষই এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰি সকলো নাগৰিকৰ প্ৰয়োজন পূৰণৰ কৰিবৰ বাবে কাৰ্বন আৰু গতিশীলতা অটুট ৰাখি  সমাধান কৰা, উদ্যোগিক অৰ্থব্যৱস্থা দুয়োটা আমাৰ বাবে সময়ৰ এক মহত্বপূৰ্ণ প্ৰত্যাহ্বান।জাৰ্মান আৰু ভাৰতৰ বহু ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যক্ৰমৰ মাধ্যমৰে উপভোক্তাৰ অনুকূল আৰু পৰিৱেশৰ দৃষ্টিৰে অটুট ৰখাৰ গতিশীলতা তথা আঁচনি প্ৰস্তুতৰ মহৎপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।দুয়ো পক্ষৰ নিম্ন-কাৰ্বন গতিশীলতা সমাধানৰ অৰ্থে সহযোগৰ বাবে সহমত প্ৰকাশ কৰি সেউজ গ্ৰাম্য গতিশীলতাত ভাৰত জাৰ্মান অনুপস্থিত নতুন সংযুক্ত ঘোষণাপত্ৰৰ ক্ষেত্ৰত স্বাক্ষৰ বহন কৰাৰো আদৰণি জনায়।য’ত জাৰ্মান পক্ষই য়ুৰিছৰ অতিৰিক্ত ১ বিলিয়ন বুজাবুজি প্ৰস্তুত কৰাৰ কথাও ব্যক্ত কৰে।ভাৰতবৰ্ষৰ ভিন্ন চহৰত সমাৱেশ তথা স্মাৰ্ট  আৰু  গতিশীলতাৰ সমাধানসূত্ৰৰ  ৰূপাংকণ  আৰু কাৰ্যক্ষম কৰিবৰ বাবে ভিন্ন ৰাজ্য আৰু স্থানীয় সংস্থাৰ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে।ইয়াৰোপৰি দয়ো নেতাই মহত্বপূৰ্ন ক্ষেত্ৰৰ পৰিকল্পনাৰো প্ৰকাশ কৰে।য’ত, আত্মবিশ্লেষনৰ বাবে পূৰ্বেই সংস্থাপিত থকাৰ কাৰ্য অন্তৰ্ভুক্ত হৈ আছে।

 

৩৪) এক সফল মৌলিক শক্তি সংক্ৰমনৰ বাবে দুই দেশৰ অসাধাৰণ মহত্ব গ্ৰহণ কৰি ২০৩০ চনত পেৰিছ চুক্তিৰ দীৰ্ঘকালীন লক্ষ্য আৰু এছ ডি জি ৰ পলব্ধি সুনিশ্চিত কৰিবৰ বাবে দুই নেতাই নৱিকৰণ শক্তিৰ ক্ষেত্ৰ খনত সহযোগৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে য’ত শক্তিৰ দক্ষতাই ইণ্ডো-জাৰ্মান শক্তি মঞ্চ (আই জি ই এফ),ইণ্ডো-জাৰ্মান উন্নয়নৰ বিষয়ৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্য অন্তৰ্ভুক্ত আছে

 

৩৫) কয়লাৰ দৰে জীৱাশ্ম ইন্ধন ৰ স্থায়ী প্ৰতিস্থাপনৰ বৃদ্ধিৰ  বাবে আৱশ্যকীয় ৰূপৰেখা তৈয়াৰ কৰাত দুয়ো পক্ষ আগ্ৰহী।তাৰ সমান্তৰাল ভাৱে শক্তি সংক্ৰমণতো গুৰুত্ব দি সেউজ এককীকৰণৰ ওপৰত নিৰ্ভৰ, যিনেকি শক্তিৰ দক্ষতা আৰু বিদ্যুৎ উৎপাদনৰ লগতে ভিন্ন দিশ সামৰি লোৱা হৈছে।যাৰ দ্বাৰা বিশ্বৰ গ্ৰাম্য জীৱনৰ লগত জড়িত থকা লোকসকলৰ পৰিবৰ্তন আনিব পাৰে।বিশেষকৈ মহিলাকল বিশেষ ধৰনে সুযোগ গ্ৰহণ কৰাৰ কথাও নিশ্চিত হৈছে।

 

৩৬) দুয়ো পক্ষই ২০১৫ ত স্থাপিত সফল ইণ্ডো – জাৰ্মান সৌৰ অংশীদাৰিত্ব আৰু ২০১৩ ত স্থাপিত সেইজ শক্তি কৰিডৰত সহযোগৰ ঘোষণা কৰে। লগতে ইতিবাচক বিকাশৰ ধাৰাবাহিকতা ৰখা আৰু ২০২২ লৈকে পুনঃ নবীকৰণযোগ্য শক্তিৰে ১৭৫ গিগাৱাট বিজুলী প্ৰদান কৰিবৰ বাবে ভাৰত চৰকাৰৰ উচ্চাকাংশী লক্ষ্যক প্ৰাপ্ত কৰিবলৈও সহমত প্ৰকাশ কৰা হ’ল। বাকী বৰ্ষ সমূহত ৪৫০ গিগাৱাট আৰু জাৰ্মান চৰকাৰে ২০৫০ লৈকে পুনঃ নবীকৰণযোগ্য শক্তিৰে মুঠ বিজুলী উৎপাদনৰ ৮০% প্ৰদান কৰিবৰ বাবে,দুয়ো নেতায়ে ভাৰতীয় আৰু জাৰ্মান বিজুলী বজাৰত এক জলবায়ু অনুকুল বিকাশক অগ্ৰগতি দিয়াবলৈ সহমতি ব্যক্ত কৰে

[

৩৭) ভাৰতে আন্তৰাষ্ট্ৰীয় সৌৰ জোটবন্ধন(আই এ এচ) ত সংযুক্ত হোৱাৰ বাবে জাৰ্মানীৰ আগ্ৰহক আদৰনি জনালে,যাৰ উদেশ্য আন্তঃৰাষ্ট্ৰীয় স্তৰত স্থায়ী জলবায়ু অনুকুল আৰু কুশল শক্তি সমাধানক আগবঢ়াই নিব লাগে।

 

 ৩৮) প্ৰধান মন্ত্ৰী মোদী আৰু চেঞ্চেলৰ মাৰ্কেলে ইণ্ডো – জাৰ্মান পৰিবেশ ফৰাম (IGEnvF) ৰ গুৰুত্বক স্বীকাৰ কৰে,যি ফেব্ৰুৱাৰী ২০১৯ ত দিল্লীত শেষৰখন বৈঠক হৈছিল। তেওঁ এইটো মানি লৈছে যে দুয়োখন দেশৰে যুক্তৰাষ্ট্ৰীয় গঠনক গুৰুত্ব প্ৰদান কৰি,ৰাজ্য আৰু নগৰপালিকাৰ সহযোগক উৎসাহিত কৰিব লাগে।

 

৩৯) দুয়োগৰাকী নেতায়ে ২০১৯ ত আয়োজিত জল ব্যৱস্থাপনা,অপচয় ব্যৱস্থাপনা/চক্ৰাকাৰ অৰ্থব্যৱস্থা আৰু জলবায়ু পৰিবৰ্তনৰ লগে লগে জৈৱ বিবিধতাত সহযোগৰ বাবে যৌথ কাৰ্য্যসমূহৰ বৈঠকক আদৰণি জনায়। নেতাসকলে “ক্লেজিং দি লুক অব মেৰিন লিটৰ ইন ইক’চিষ্টেম” ৰ আৰম্ভনিক আদৰণি জনায়। তেওঁ বিশ্বাস ব্যক্ত কৰে যে এই উদ্যোগে সম্পদৰ কুশল আৰু চক্ৰাকাৰ অৰ্থব্যৱস্থা দৃষ্টিকোণক আকোৱালি লোৱা,প্ৰযুক্তি আধাৰিত সমাধানৰ উপযোগ কৰা আৰু সকলো অংশীদাৰৰ লগত অংশীদাৰিত্ব কৰি এচ ডি জি ১২ক  লাভ কৰিবৰ বাবে চলি থকা প্ৰয়াসক সমৰ্থন কৰিব। দুয়ো পক্ষ্যই মেৰিন লিটাৰৰ ওপৰত দুখন যৌথ ঘোষণা পত্ৰত স্বাক্ষ্যৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

 

৪০) দুয়ো পক্ষ্যই আন্তৰাষ্ট্ৰীয় জলবায়ুৰ উদ্যোগত দ্বিপক্ষীয় গঠনৰ জড়িয়তে ৩৫ মিলিয়ন ইউৰোৰ এক অংশ পুনঃ নবীকৰণযোগ্য শক্তিৰ বাবে গ্ৰীড বিস্তাৰ আৰু সংৰক্ষণ প্ৰনালীসমূহৰ বাবে আৰু বন্য পৰিবেশ পুনৰূদ্ধাৰৰ বাবে ব্যয় কৰিবলৈ সন্মতি প্ৰকাশ কৰে। বন্য পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে নতুন মডেল,ভাৰতৰ প্ৰত্যাহ্বান লক্ষ্যৰ লগে লগে ৩৩% বন্য আচ্ছাদন প্ৰাপ্ত কৰাক লৈ ভাৰতৰ লক্ষ্যক যোগদান কৰিব পাৰে। দুয়ো পক্ষ্যই এই কথাটোত গুৰুত্ব আৰোপ কৰিছে যে  জৈবিক বিবিধতাক ৰক্ষা আৰু ধাৰাবাহিক বিকাশত যোগদান দিবৰ বাবে বন জলবায়ুৰ ৰক্ষা অপৰিহাৰ্য্য।

 

৪১) দুইধৰণৰ  নেতাই ২০২০ চনত গ্ল’বেল বাঅ’ডাইভাৰ্ছিটি ফ্ৰেমৱৰ্কৰ সহিতে ভিন্ন জৈৱ প্ৰণালীৰ লগত খাপ খুৱাবৰ বাবে আৰু এই ব্যৱস্থাক আগুৱাই নিবৰ বাবেও ইচ্ছা প্ৰকাশ কৰে।দুই পক্ষই সমুদ্ৰৰ ভিন্ন জৈৱিকতা সংৰক্ষণ,আক্রমণাত্মক বিদেশী প্ৰজাতিৰ ব্যৱস্থা গ্ৰহণ,ৰাজকোষীয় পৰিস্থিতি হস্তান্তৰ আৰু ঔষধিযুক্ত উদ্ভিদবোৰ সংৰক্ষণৰ লগতে অন্য উপযোগী প্ৰজাতিসমূহো সংৰক্ষণৰ সম্ভাৱনাৰ ক্ষেত্ৰতো চৰ্চা কৰা হয়।

 

৪২)দুই নেতাই মে’ ২০১৭ ত চহৰৰ বিকাশৰ বাবে কৰা লিখিত ঘোষণাত প্ৰগতিৰ ক্ষেত্ৰত সন্তুষ্টি ব্যক্ত কৰে আৰু সেইবোৰ সফল সহযোগিতা অব্যাহত ৰখাৰ স্বাৰ্থত প্ৰতিশ্ৰুতিবদ্ধ।তাৰ লগতে ভাৰতৰ আন্তৰাষ্ট্ৰীয় স্মাৰ্ট চহৰৰ নেটৱৰ্কৰ অংশীদাৰীত্ব উপকাৰীতাৰ বাবে ঘোষণা পত্ৰত স্বাক্ষৰ কৰাৰ কাৰ্যকো আদৰণি জনায়।ভাৰতে জাৰ্মানীৰ প্ৰতিষ্ঠানৰ অধিক কাৰ্যক্ৰমত অংশীদাৰ হোৱাৰ বাবে ভাৰতে নির্মাণ  প্ৰযুক্তিৰ বৰ্ষ ২০১৯-২০২০ ত প্ৰযুক্তিৰ আদান প্ৰদান বাবেও আমন্ত্ৰিত কৰে।দুয়ো পক্ষই ২০২০ত জাৰ্মানীৰ চহৰৰ হ’বলগীয়া পৰিৱৰ্তন বা বিকাশৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ  বৈঠকৰ বাবে অপেক্ষা কৰি আছে।

 

৪৩)দুই পক্ষই ২০১৬ ৰ হেবিটেট সন্মিলনত নতুন সজাগতা কাৰ্যসূচীত পৰিচিত হোৱা লক্ষ্যৰ ভিত্তিত কাম কৰাৰ অনুগ্ৰহ প্ৰকাশ কৰে।দুই নেতাই কুছি, কয়ম্বতুৰ আৰু ভুৱনেশ্বৰ দৰে চহৰত প্ৰযোজ্য কৰা হৈছে।ইয়াক ভাৰতৰ ভিন্ন চহৰতো বিস্তাৰিতভাবে প্ৰচাৰ কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে

 

 

৪৪)জাৰ্মানীয়ে ব্যক্ত কৰিছে যে ভাৰতৰ ৰাজ্য ছত্তীছগড় দ্বাৰা জলবায়ু সহযোগত কাৰ্যপন্থাৰ অংশীদাৰী ক্ষেত্ৰত সমৰ্থন আগবঢ়ায় আৰু অধিকৰ পৰা অধিক সংখ্যক ভাৰতীয় চহৰ আৰু সংসদীয় ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰকো অন্তৰ্ভূক্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

 

৪৫)দুয়ো পক্ষ্যই কৃষি,খাদ্য উদ্যোগ আৰু উপভোক্তা সংৰক্ষণৰ ওপৰত যৌথ কাৰ্য্যসমূহৰ সৃজনক্ষম ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে,যি দিল্লীত ২০১৯ ৰ মাৰ্চ মাহত শেষৰখন বৈঠক কৰিছিল। তেওঁ খাদ্য সুৰক্ষা,কৃষি প্ৰশিক্ষণ আৰু কৌশল বিকাশ,কটাৰ পিছৰ ব্যৱস্থাপনা আৰু কৃষি সৰবৰাহৰ ক্ষেত্ৰত বৰ্তমানৰ বুজাবুজি বিজ্ঞপ্তিৰ পৰা কৰা পৰিকল্পনাৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰে।

 

 ৪৬) দুয়ো পক্ষ্যই খেতি আৰু পশুপালনৰ লগে লগে খাদ্য প্ৰক্ৰিয়াকৰণ আৰু যোগান শৃংখলা  ব্যৱস্থাপনাত প্ৰযুক্তি সহযোগৰ ক্ষেত্ৰত ভাৰতত জাৰ্মানী কোম্পানীসমূহৰ সুবিধাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ ২০১৯ৰ শেষত নতুন দিল্লীত আয়োজিত হোৱাৰ পিছত শস্য প্ৰবন্ধন আৰু কৃষি সৰবৰাহৰ ওপৰত এখন কৰ্মশালাৰ সম্ভাবনাক আদৰণি জনাইছে।

 

৪৭) দুয়োজন নেতায়ে বীজ বিকাশত উপযোগী সহযোগৰ নিৰন্তৰ শলাগ ললে, জুন ২০১৯ ত এক যৌথ ঘোষণাপত্ৰৰ দ্বাৰা ইয়াক নতুনকৈ সংযোজন কৰা হৈছিল,যাতে সেই উচ্চ গুণমান বীজসমূহক কৃষকসকলৰ ওচৰত উপলব্দ কৰাত ফলদায়ক হ’ব পাৰে। দুয়ো পক্ষ্যই কৃষিৰ ক্ষেত্ৰত সহযোগৰ গতি বৃদ্ধি কৰিবৰ বাবে নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিলে আৰু এক নতুন দ্বিপক্ষীয় সহযোগ পৰিযোজনাৰ স্থাপনক লৈ যৌথ ঘোষণা পত্ৰত স্বাক্ষ্যৰ কৰে,য’ত ভাৰতত কৃষি বজাৰৰ বিকাশক শক্তিশালী কৰিবৰ বাবে উন্নত প্ৰয়াসৰ সমৰ্থন কৰিবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা যাব।

 

৪৮) ইয়াৰ উপৰিও,নেতাকেইজনে প্ৰাকৃতিক সম্পদ,বিশেষভাবে মাটি আৰু পানীত স্থায়ী ব্যৱস্থাপনাত নিৰন্তৰ সহযোগৰ ইচ্ছা প্ৰকাশ কৰে।

 

৪৯/ নেতাসকলে সংস্কৃতিৰ ক্ষেত্ৰত বৰ্তমান শক্তিশালী সহযোগৰ সন্তুষ্টি ব্যক্ত কৰিছে আৰু জাৰ্মান আৰু ভাৰতীয় সংগ্ৰহালয়ৰ মাজত যৌথ ঘোষণাপত্ৰ দৃষ্টান্ত ৰাষ্ট্ৰীয় সংগ্ৰহালয়, ষ্টেফিংগ প্ৰেয়িজৰ কালছাৰবাজি (প্ৰিসিয়ন কালছাৰেল হেৰিটেজ ফাউণ্ডেশ্যন)আৰু হাম্ব’লেট ফ’ৰাম ,সংগ্ৰহালয় সহযোগৰ বিষয়ে,সাংস্কৃতিক উত্তৰাধিকাৰ আৰু সংগ্ৰহালয়ৰ পুনৰ প্ৰতিষ্ঠাক স্বাগতম জনাইছে।

 

৫০)দুয়ো পক্ষ্যই  অখিল ভাৰতীয় ফুটবল মহাসংঘ(এ আই অফ এফ) আৰু ডায়চৰ ফুটবল-বণ্ড(জাৰ্মান ফুটবল এচচিয়েচন,ডি এফ বি) ৰ মাজৰ অংশীদাৰিত্বক লৈ সহযোগক স্বাগতম জনাইছে য’ত প্ৰশিক্ষকৰ শিক্ষা,প্ৰতিভা চিহ্নিত কৰা আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগ কৰিব।

 

৫১) দুয়োজন নেতায়ে জাৰ্মান দূতাবাস স্কুলৰ লগে লগে দূতাবাসৰ বাণিজ্যিক,আৰ্থিক,সাংস্কৃতিক আৰু বৈজ্ঞানিক কামসমূহ পৰিচালনা কৰা ৰাজ্যিক বিত্তৰ দ্বাৰা চলি থকা সংস্থাসমূহৰ কাৰ্য্যালয়ক নিয়ন্ত্ৰন কৰাৰ বাবে নতুন দিল্লীৰ ২ ন্যায় মাৰ্গত এক জাৰ্মান হাউছৰ পৰিকল্পনাত নিজৰ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অত্যাধুনিক নিৰ্মান পৰিকল্পনাৰ বাবে পূৰ্ণ সমৰ্থন দিয়ে,যি বিকশিত হৈ থকা ইণ্ডো – জাৰ্মান প্ৰযুক্তিৰ অংশীদাৰিত্বক প্ৰদৰ্শন কৰিবৰ বাবে পৰিকল্পনা কৰা হৈছিল।

 

৫২)ভাৰত-জাৰ্মান অংশীদাৰিত্ব”(IGP) ক আদৰণি জনাইছে। জাৰ্মানীত পঢ়া ভাৰতীয় ছাত্ৰৰ সংখ্যা বঢ়াবৰ বাবে আৰু এখোজ দিবলৈ সহমত প্ৰকাশ কৰে,য’ত বৰ্তমান ২০,৮০০ হয়,আৰু ভাৰতত পঢ়া জাৰ্মানীৰ ছাত্ৰ সংখ্যাও বাঢ়ি আহিছে। ইয়াৰ লগতে দুয়ো পক্ষ্যই জাৰ্মান প্ৰশিক্ষণ সংস্থানবোৰত আধুনিক ভাৰতীয় ভাষাবোৰক পঢ়োৱাৰ প্ৰচাৰৰ মহত্বকো মান্যতা দিছে,যেনেকে ২০১৫ ত যৌথ ঘোষণা পত্ৰত পৰিকল্পনা কৰা হৈছিল।

 

৫৩) নেতাকেইজনে ইণ্ডো – জাৰ্মান চাইন্চ এণ্ড টেকন’লজি চেন্টাৰ,IGSTC ৰ মাজত দীৰ্ঘ সময় ধৰি চলি থকা গবেষণাৰ সহযোগক প্ৰশংসা কৰে,যি ২০২০ত নিজৰ দশম বাৰ্ষিকী উদযাপন কৰিব। দুয়োজন নেতায়ে ইণ্ডো – জাৰ্মান চেন্টাৰ অব  চাচটেইনেবিলিটিৰ লগতে TU9 আৰু IIT ৰ সহযোগৰ প্ৰশংসা কৰে,যাক বঢ়োৱা যাব।

 

৫৪)পৰম্পৰাগত ঔষধৰ অনুসন্ধানৰ ক্ষেত্ৰত সহযোগকলৈ ফ্ৰেংকফুৰ্ট বায়টেকন’লজি ইন’ভেচন চেন্টাৰ (FIZ) আৰু অখিল ভাৰতীয় আয়ুৰ্বেদ সংস্থান (AIIA),আয়ুস মন্ত্ৰালয়,ভাৰত চৰকাৰৰ এক স্বা-শাসিত সংগঠন,ৰ মাজত এক চুক্তিপত্ৰত স্বাক্ষ্যৰ কৰা হয়। ইয়াৰ দ্বাৰা আধুনিক চিকিংসাৰ লগতে আয়ুৰ্বেদিক তত্ত্বকো সমন্বিত কৰাৰ বাবে গবেষণা আৰু বিকাশশীল নিৰ্দেশিকাসমূহত সহযোগত অনুপ্ৰেৰণা পাব।

 

৫৫) জনগণক চিকিংসা সুবিধা প্ৰদান কৰাত পৰম্পৰাগত ঔষধ,আয়ুৰ্বেদ আৰু যোগাভ্যাসৰ ভূমিকাক গুৰুত্ব দি আৰু ভাৰতত প্ৰাৰ্থমিক স্বাস্থ্য সেৱাত পৰম্পৰাগত চিকিংসাৰ দ্বাৰা সম্পন্ন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক বিচাৰ কৰি,দুয়োখন দেশে পৰম্পৰাগত চিকিংসাৰ প্ৰভাবক আৰু অধিক মূল্যায়ন কৰিবৰ বাবে সন্মতি প্ৰকাশ কৰে। যৌথ পৰিযোজনা,যি গুণগত মানক সুনিশ্চিত কৰি পাৰম্পৰিক চিকিংসাৰ শিক্ষা,অনুসন্ধান আৰু প্ৰথাসমূহত সহযোগৰ বাবে ক্ষেত্ৰসমূহ চিনাক্ত কৰে আৰু পৰম্পৰাগত চিকিংসাৰ লগত সম্বন্ধিত প্ৰাৰ্থমিক গাঁঠনিত বিনিয়োগ কৰাত উৎসাহিত কৰিব।

 

৫৬) দুয়োজন নেতায়ে সকলো অধিনায়কীয় বেপাৰ সম্বন্ধীয় বিষয়ৰ সমাধানৰ বাবে এক নিয়মিত ৰাষ্ট্ৰ প্ৰতিনিধি সংক্ৰান্ত কথোপকথন তন্ত্ৰৰ প্ৰতিষ্ঠাৰ পোষকতা কৰে। দুয়ো পক্ষ প্ৰাৰম্ভিক দিনত প্ৰথম ভাৰত – জাৰ্মানী ৰাষ্ট্ৰ প্ৰতিনিধি সংক্ৰান্ত কথাবাৰ্তা আয়োজন কৰিবলৈ সহমত প্ৰকাশ কৰে।

 

৫৭) দুয়োজন নেতায়ে অপৰাধীৰ বিষয়সমূহ(এম এল এ টি) ত পাৰস্পৰিক আইনী সহায়ক সন্ধিক অন্তিম ৰূপ দিবৰ বাবে কৰা হোৱা সন্তোসজনক প্ৰগতিত গুৰুত্ব দিয়ে। নেতাকেইজন এই কথাটোত সন্মতি ব্যক্ত কৰে যে ভাৰত – জাৰ্মানী দুয়ো পক্ষ্য প্ৰবজন আৰু গতিশীলতাৰ অংশীদাৰিত্বৰ মুখ্য তত্ত্বৰ লক্ষ্যৰ আধাৰত চুক্তিক অন্তিম ৰূপ দিবৰ বাবে দুয়োখন চৰকাৰৰ মাজত প্ৰবজন আৰু গতিশীলতা অংশীদাৰীত্ব চুক্তিত চলি থকা আলোচনা আগবঢ়াইছে।

 

৫৮) ভাৰতীয় পক্ষ্যই আগষ্ট ২০২০ ত মুম্বাইত জাৰ্মান মহাবাণিজ্য দুতবাসত এটা সেনজেন ভিছা কেন্দ্ৰ স্থাপন কৰিবৰ বাবে জাৰ্মান যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ৰ চিন্তাক আদৰণি জনায়, যি ভিছা প্ৰদান কৰাৰ সুবিধা কৰিব।

 

৫৯) ৰাজনৈতিক দায়িত্বক আৰু অধিক বিকশিত কৰিবলৈ আৰু শক্তিশালী কৰাৰ ইচ্ছাত,যি ২০২০ত নিজৰ ২০ বৰ্ষত প্ৰবেশ কৰিব,দুয়ো পক্ষ্যই ভাৰতৰ বিদেশ সচিব আৰু জাৰ্মান যুক্তৰাষ্ট্ৰৰ বিদেশ কাৰ্য্যালয়ৰ সচিবৰ মাজত প্ৰতি বছৰে আয়োজিত হ’ব লগা বিদেশ কাৰ্য্যালয় পৰামৰ্শ তন্ত্ৰক অনুস্থানিক কৰাৰ নিৰ্ণয় লয়। তেওঁ এক ট্ৰেক ১.৫ কৌশলগত সংলাপ স্থাপন কৰিছে যি মুখ্য হিতাধিকাৰীসকলক ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু ৰাজনৈতিক বিষয়বোৰত পাৰস্পৰিক উপলব্ধি বৃদ্ধি আৰু ব্যক্তিগত নীতিৰ ক্ষেত্ৰত পাৰস্পৰিক সম্বন্ধ আৰু কাৰ্য্যপ্ৰনালীৰ বাবে অনুৰোধ পূৰণ কৰাক লৈ চিন্তাৰ এক মুকলি আদান প্ৰদানৰ বাবে সক্ষম কৰিব। ভাৰত আৰু জাৰ্মানী দুয়োখন দেশৰে মিডিয়াই পেশাদাৰীসকলৰ যাত্ৰাৰ সুবিধা কৰি দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা প্ৰবাহক আৰু অধিক ভাল বনাবৰ বাবে দায়বদ্ধ। দুয়ো পক্ষ্যই নিজৰ লোকতান্ত্ৰিক সমাজৰ বাবে মুক্ত প্ৰেছৰ মহত্বক গুৰুত্ব প্ৰদান কৰে। দুয়োজন নেতায়ে সাংসদ আৰু শিক্ষিত ব্যক্তিসকলৰ লগত ধাৰাবাহিকভাবে আৰু গভীৰ সম্পৰ্কক গুৰুত্ব দিলে। তেওঁলোকে শৈক্ষিক আৰু কথা বতৰাৰ ৰূপ ৰেখাৰ মাধ্যমেৰে এনেদৰে সম্পৰ্কত সুবিধাজনক বনোৱাৰ বাবে জাৰ্মান পলিটিকেল ফাউণ্ডেশ্যনৰ ভূমিকাক শলাগ ল’লে।

 

৬০) বিকাশশীল আৰু নিম্ন আয়ৰ দেশত স্বতন্ত্ৰ ঋণৰ বাবে,বিত্তিয় যোগান ধৰোতাৰ প্ৰৰ্য্যাপ্ত উপস্থিতিৰ অনুমতি দিয়াৰ লগতে,দুয়োজন নেতায়ে ঋণ লোৱা আৰু ঋণ প্ৰদান কৰাজন,দুয়ো অনুস্থানিক আৰু নিজৰ স্তৰত দায়িত্বশীল,স্বচ্চ আৰু  দীৰ্ঘস্থায়ী বিত্তিয় অনুষ্ঠানৰ নিয়মসমূহ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। এই পৃষ্ঠভূমিক আগত ৰাখি ভাৰত আৰু জাৰ্মানী আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি,বিশ্ব বেঙ্ক আৰু পেৰিছ ক্লাৱ(পি চি)ৰ দ্বাৰা কম আয়ৰ দেশসমূহলে ঋণ আৰু পিচি ৰ ধাৰাবাহিক চেষ্টাত ওলাই অহা ঋণদাতাসকলৰ ব্যাপক সমাবেশৰ দিশত সমৰ্থন কৰে। দুয়ো পক্ষ আনুস্থানিক দ্বিপক্ষীয় ঋণৰ পুনঃগঠনৰ বাবে মুখ্য মঞ্চ ৰূপে পি চিৰ ভূমিকাক শলাগ লয় আৰু স্বতন্ত্ৰ ঋণৰ বিষয়টোত নিজৰ কামক সমৰ্থন কৰে।

 

৬১) ভাৰত আৰু জাৰ্মানীয়ে বিশ্ব আৰু আঞ্চলিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহ যৌথভাবে চিহ্নিত কৰিবৰ বাবে ৰণনৈতিক অংশীদাৰ ৰূপে দ্বিপক্ষীয় প্ৰতিৰক্ষা সহযোগক আৰু অধিক গভীৰ কৰাৰ আৱশ্যকতাক স্বিকাৰ কৰে। জাৰ্মানীয়ে প্ৰাসঙ্গিক আন্তঃৰাষ্ট্ৰীয়,ইউৰোপীয় আৰু ৰাষ্ট্ৰীয় নিয়মৰ অনুসৰি সেনা উপকৰণৰ নিৰ্মানৰ লগতে ভাৰতৰ লগত প্ৰযুক্তিৰ ভাগ কৰাৰ সুবিধাৰ বাবে কাম কৰিব। দুয়োজন নেতায়ে স্বীকাৰ কৰে যে দুয়োখন দেশৰে প্ৰতিৰক্ষা উদ্যোগৰ মাজত এক গভীৰ সহযোগক ভাৰত চৰকাৰে মেক ইন ইণ্ডিয়া উদ্যোগৰ অধিনত সম – বিকাশ আৰু সম – উৎপাদনক উৎসাহিত কৰিব লাগে আৰু তামিলনাডু আৰু উত্তৰপ্ৰদেশ ৰাজ্যত স্থাপিত প্ৰতিৰক্ষা ক’ৰিডৰৰ লাভ আদায় কৰিব লাগে। ভাৰতীয় আৰু জাৰ্মান নৌসেনা উদ্যোগ(যেনে ডুবোজাহাজ) ৰ মাজত সামুদ্ৰিক প্ৰকল্পৰ দ্বাৰ মহাসাগৰ ক্ষেত্ৰৰ স্থিৰতাত অংশীদাৰিত্বলৈ লক্ষ্য কৰি উৎসাহিত কৰা হয়। দুয়োপক্ষ্যৰ প্ৰতিৰক্ষা উদ্যোগৰ পৰীক্ষা আৰু প্ৰমানপত্ৰৰ বাবে শক্তিশালী সহযোগৰ বিকাশ কৰিবৰ বাবে সহমত প্ৰকাশ কৰে,বিশেষৰূপে বিভিন্ন প্ৰণালী আৰু উপপ্ৰণালী আৰু গুণাগুনৰ প্ৰতিশ্ৰুতিৰ আৰ্হিৰ প্ৰমানপত্ৰৰ বাবে। দুয়ো পক্ষ্যই এই কথাটোতো সহমত প্ৰকাশ কৰে যে দুয়োখন দেশৰে মুখ্য উদ্যোগসমূহ অন্যখন দেশৰ এচ এম আই/ এম এচ এম আই ক নিজৰ যোগান শৃংখলাত সমম্বিত কৰাৰ চেষ্টা কৰিব লাগে।

 

৬২) দুয়োজন নেতায়ে দুয়োখন দেশৰে প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত,ভাৰতত আৰু জাৰ্মানীত,প্ৰতি দুবছৰত কমকৈ হ’লেও এবাৰ নিয়মিতভাবে আলোচনা কৰাৰ সিদ্ধান্তটোক আদৰণি জনাইছে। দুয়োজন নেতায়ে এই বছৰৰ আৰম্ভণিত স্বাক্ষ্যৰ কৰা ” দ্বিপক্ষীয় ৰক্ষা সহযোগৰ লগত সন্মন্ধিত ৰূপায়ন”ক আদৰণি জনায় আৰু আশা কৰে যে ইয়াৰ পৰা আৰু নতুন ৰক্ষা আৰু সুৰক্ষাৰ আলোচনা পদ্ধতিত সুৰক্ষা নীতিত সহযোগে গুৰুত্ব পাব। কৈ গ’ল যে বিশ্বব্যাপী,আঞ্চলিক,সামুদ্ৰিক আৰু চাইবাৰ সুৰক্ষাত মনোযোগ দিয়াৰ উপৰিও,সহযোগী ৰাষ্ট্ৰ শান্তি প্ৰশিক্ষণৰ ক্ষেত্ৰত এক বিস্তাৰিত আৰু গভীৰ সহযোগ নিয়মিত ৰূপে উচ্চ – স্তৰিয় আৰু বিশেষজ্ঞৰ পৰামৰ্শত পাৰস্পৰিকভাবে লাভজনক বিষয় হ’ব।

 

৬৩) দুয়োখন দেশৰে নেতায়ে মহাত্মা গান্ধীৰ ১৫০ তম জয়ন্তীত তেওঁক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সকলো দেশৰে লোকতান্ত্ৰিক শাসন,আইনৰ শাসন,মানৱঅধিকাৰক সন্মান আৰু মৌলিক স্বতন্ত্ৰতা,আৰু সহযোগী ৰাষ্ট্ৰৰ উদেশ্য আৰু সিদ্ধান্তৰ আধাৰত বহুপক্ষীয় সহযোগৰ দৰে অংশীদাৰিত্বৰ মূল্যক গুৰুত্ব দিবৰ বাবে নিজৰ প্ৰতিশ্ৰুতিক দোহাৰিলে। দুয়োজন নেতায়ে মানৱঅধিকাৰ আৰু বুনিয়াদী স্বতন্ত্ৰতাক ৰক্ষা আৰু তাৰ বাবে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় তন্ত্ৰক শক্তিশালী কৰাক লৈ নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। ভাৰত আৰু জাৰ্মানী আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা,বিশ্বৰ আৰ্থিক স্থিৰতা আৰু বিকাশৰ কাৰণে বৰ্তমান আৰু উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহক সমাধান কৰাকলৈ জি২০,সহযোগী ৰাষ্ট্ৰ আৰু অন্য বহুপক্ষীয় মঞ্চত,সহযোগ,দ্বিপক্ষীয় আৰু অংশীদাৰ সকলৰ লগত প্ৰতিশ্ৰুতিবদ্ধ। এই সম্বন্ধে,ভাৰত আৰু জাৰ্মানী বিশেষভাবে ২০২২ত হ’ব লগা জি২০ ত ভাৰতৰ অধ্যক্ষতাৰ আৰু জি৭ ত জাৰ্মানীৰ অধ্যক্ষতাৰ দ্বাৰা ঘনিষ্ঠ সহযোগৰ বাবে তৎপৰ হৈ আছে।

 

৬৪) দুয়ো পক্ষই আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি চাৰিটা অনুজ্ঞাপত্ৰ বিহীন বাণিজ্য আৰু নাবিকবিদ্যা স্বতন্ত্ৰতাৰ মহত্বক চিহ্নিত কৰে,বিশেষভাবে সমুদ্ৰিক আইন(UNCLOS) 1982ৰ ওপৰত সহযোগী ৰাষ্ট্ৰৰ সন্মিলন সন্দৰ্ভত।

 

৬৫)দুয়োজন নেতায়ে এক স্থিৰ,একযোট,সমৃদ্ধ,বহুলবাদী আৰু শান্তিপূৰ্ণ আফগানিস্তানৰ বাবে নিজৰ প্ৰতিশ্ৰুতি আওৰায়। ভাৰতে আফগানৰ আভ্যন্তৰীণ বাৰ্তাৰ সহায়ত আয়োজন কৰা জাৰ্মানীৰ প্ৰয়াসক আদৰণি জনাই য’ত চৰকাৰো অন্তৰ্ভুক্ত আছে আৰু এখন ব্যাপক সমাৱেশেৰে আফগানক আগুৱাই আৰু স্থায়ী শান্তি  আৰু সুলভ প্ৰক্ৰিয়াৰ সুনিশ্চিত কৰে।তেওঁলোকে হিংসাক ৰোধিবলৈ আহ্বান জনায়,য’ত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ লগত জড়িত, সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত, সাংবিধানিক আদেশৰ সংস্কৰণ আৰু সংবিধানত নিহিত থকা সকলো আফগানী নাগৰিকৰ সাৰ্বভৌম তথা মানৱ অধিকাৰৰ কাৰণে সন্মান সন্মিলিত হৈ আছে। জাৰ্মানীয়ে আফগানিস্তানৰ বিকাশৰ সহযোগ আৰু পুনৰনিৰ্মাণৰ কাৰণে ভাৰতক যোগদান দিবলৈ আহ্বান জনায়। দুয়োগৰাকী নেতায়ে এই কথা পুনৰ দোহাৰিলে আৰু এছিয়াৰ হাৰ্টসদৃশ ইস্তানবুলৰ প্ৰকিয়াৰ লগে লগে আফগানিস্তানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কসমূহৰ ক্ষেত্ৰত আৰু আন্তঃৰাষ্ট্ৰীয় বিশ্বাস অটুট ৰাখিবলৈ আৰু ৰাজনৈতিক সহযোগৰ কাৰণে মহত্বপূৰ্ণ প্ৰক্ৰিয়া।

৬৬) এই কথাটোত বল দি যে সন্ত্ৰাসবাদ বিশ্বৰ এক সংকট, দুয়োজন নেতায়ে বিশ্বৰ বিপদ সন্ত্ৰাসবাদৰ ওপৰত নিজৰ শক্তিশালী বক্তব্য প্ৰদান কৰে আৰু যৌথভাবে ইয়াৰ সন্মুখীন হ’বলৈ নিজৰ সংকল্পক আওৰায়। তেওঁ সকলো দেশৰ পৰা সন্ত্ৰাসবাদীৰ সুৰক্ষিত ঠাই আৰু বুনিয়াদী গঠনক শেষ কৰা,সন্ত্ৰাসবাদীৰ নেটৱৰ্ক আৰু অৰ্থনৈতিক পথসমূহ বন্ধ কৰা আৰু সন্ত্ৰাসবাদীৰ সীমাত গতিবিধিক ৰূদ্ধ কৰাৰ বাবে কাম কৰিবৰ বাবে আহ্বান জনাই। তেওঁ সন্ত্ৰাসবাদৰ মুখামুখি হ’বলৈ আৰু হিংসাত্মক প্ৰতিবাদক ৰখাবলৈ শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিয়ে,য’ত খবৰ আৰু গোপন তথ্য ভাগবতৰা কৰা আৰু আইন আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ পূৰ্ণ পালনৰ লগতে মানৱ অধিকাৰ আইন আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন অন্তৰ্গত।

 ৬৭/ দুয়োজন নেতায়ে এইটো সুনিশ্চিত কৰিবলৈ সকলো দেশৰে আৱশ্যকতাক চিহ্নিত কৰিলে যে তেওঁলোকৰ অঞ্চলক কোনো প্ৰকাৰে অন্য দেশত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰে। দুয়োজন নেতায়ে বিশ্বৰ সন্ত্ৰাসবাদৰ লগত যুজঁ কৰিবলৈ সকলো দেশৰ পৰা যৌথ প্ৰয়াসৰ মহত্বৰ ওপৰত আৰু এক প্ৰাসঙ্গিক বাৰ্তা প্ৰেৰণ কৰিবলৈ বল দিয়ে যে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু অভিব্যক্তি আন্তঃৰাষ্ট্ৰীয় মহলত স্বীকাৰ্য্য নহয়। বিশ্বৰ এই বিপদৰ বিৰুদ্ধে সন্মুখৰ পৰা একত্ৰিত যুজঁৰ আৱশ্যকতাৰ উল্লেক্ষ কৰি,দুয়ো নেতায়ে মাৰ্চ ২০২০ত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ওপৰত ব্যাপক সন্মিলন(CCIT)ক অন্তিম ৰূপ দিয়া আৰু আকোৱালি লোৱাৰ আহ্বান কৰে।

৬৮/ দুয়োজন নেতায়ে এই কথাটোত সহমত প্ৰকাশ কৰে যে  ভাৰত আৰু জাৰ্মানীক সন্ত্ৰাসবাদৰ ওপৰত খৱৰ আৰু গোপন তথ্য ভাগবতৰা কৰাক লৈ যৌথ কৰ্মীদলৰ গঠনত নিজৰ সহযোগ চলাই যাব লাগে,য’ত সন্ত্ৰাসবাদী নেটৱৰ্কৰ ওপৰত খৱৰ আৰু গোপন তথ্য ভাগবতৰা কৰা আৰু গোঁড়ামিৰ বৰ্ধিত ঘটনাৰ সন্মুখীন হোৱাৰ অনুভৱক ভাগবতৰা কৰিবৰ বাবে যৌথভাবে কাম কৰে। তেওঁ দুয়ো পক্ষ্যৰে অধিকাৰিসকলক সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ওপৰত যৌথ কাৰ্য্যসমূহ আহিব লগা বৈঠকত তাৎক্ষণিকভাবে নিৰ্ধাৰন কৰিবলৈ ক’লে।

৬৯/ভাৰত আৰু জাৰ্মানীয়ে ইৰাণ আৰু E3+3 ৰ মাজত স্বাক্ষ্যৰিত যৌথ ব্যাপক কাৰ্য্য যোজনা (JCPOA) ৰ নিৰন্তৰ পূৰ্ণ ৰূপায়নৰ বাবে নিজৰ সমৰ্থনৰ কথা ব্যক্ত কৰে। তেওঁ এই কথাটোত সন্মতি জনায় যে ইয়াক লৈ যিবোৰ বিষয় উঠি আছে,তাক ৰাজনৈতিক আলোচনাৰ জড়িয়তে শান্তিৰে সমাধান কৰিব লাগে। ভাৰত আৰু জাৰ্মানীয়ে সহমত ব্যক্ত কৰে যে ইৰাণী পৰমানু কাৰ্য্যক্ৰম আৰু সন্মিলিত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ প্ৰস্তাবত যৌথ ব্যাপক কাৰ্য্য যোজনা(JCPOA) ৰ পূৰ্ণ পালন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰা আৰু বৰ্তমানৰ বিষয়বোৰক আলোচনাৰ মাধ্যমেৰে শান্তিৰে সমাধান কৰাৰ আৱশ্যকতা আছে আৰু বিশ্বাস নিৰ্মান,চলি থকা চাপক কম কৰাৰ দিশত প্ৰয়াসৰ বাবে আৱশ্যক আছিল।

৭০/ নেতাকেইজনে বিশ্বব্যাপী অপ্ৰসাৰণ প্ৰয়াসক শক্তিশালী কৰিবৰ বাবে নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। ভাৰতে মিছাইল টেকন’লজি কন্ট্ৰল ৰিজিম,আষ্ট্ৰেলিয়া গ্ৰোপ আৰু ৱাচেনাৰ এৰেঞ্জমেন্টক ভাৰতৰ বাবে সমৰ্থন কৰাৰ বাবে জাৰ্মানীক ধন্যবাদ জনালে। জাৰ্মানীয়ে পৰমানু যোগান ধৰোতা গোট(NSG) ত ভাৰতক শীঘ্ৰে প্ৰৱেশৰ বাবে নিজৰ দৃঢ় সমৰ্থন দোহাৰিলে আৰু এই সন্দৰ্ভত পৰমানু অপ্ৰসাৰণ,নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতৰ ৰচনাত্মক উপদেশৰ মহত্বক মনত পেলালে।

৭১/ দুয়োজন নেতায়ে সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ ৭৪ তম বৈঠকৰ জড়িয়তে আৰম্ভ কৰিব লগা সুৰক্ষা পৰিষদত শুধৰণিৰ বাবে লিখিত বাৰ্তা আৰম্ভণি কৰাৰ দিশত জি – ৪ আৰু অন্য শুধৰণি উন্মুক্ত দেশসমূহৰ আৰু গোটসমূহৰ ধাৰাবাহিক চেষ্টাক চিহ্নিত কৰিলে। দুয়োখন দেশে সংযুক্ত ৰাষ্ট্ৰ পৰিষদত এক বিস্তাৰিত স্থানৰ বাবে ইখনে আনখনৰ প্ৰাৰ্থীত্বৰ বাবে নিজৰ পূৰ্ণ সমৰ্থন আগবঢ়াই। সুৰক্ষা পৰিষদত শুধৰণি বহুপক্ষীয় নিয়মত আধাৰিত আদেশৰ সুৰক্ষা আৰু শক্তিশালী কৰিবৰ বাবে কেন্দ্ৰীভূত। দুয়োজন নেতায়ে ক’লে যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ কেন্দ্ৰত সুৰক্ষা পৰিষদৰ প্ৰতিনিধিত্বশীলতাৰ অভাবে ইয়াৰ নিৰ্ণয়ৰ বৈধ্যতা আৰু ইয়াৰ প্ৰভাবক প্ৰভাবিত কৰে। তেওঁ কয় যে বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ প্ৰকাশত,আমাক শক্তিশালী,বৈধ্য আৰু প্ৰভাবী যৌথ ৰাষ্ট্ৰৰ আৱশ্যকতা আছে।

৭২) তেওঁ ক’লে যে শান্তি, স্থিৰতা আৰু সমৃদ্ধি সুৰক্ষিত কৰিবৰ কাৰণে শক্তিশালী আৰু বহুপক্ষীয় সহযোগ গুৰুত্বপূৰ্ণ। আমাৰ সময়ছোৱাৰ মুখ্য প্ৰত্যাহ্বান , তাৰ স্বাভাৱ আৰু বিশ্বৰ নথিৰ পৰা, ভিন্ন দেশৰ দ্বাৰা গুৰুত্ব প্ৰদান কৰিব পৰা নাযায়, কিন্তু এইসমূহ সহযোগিতাৰে সমাধান কৰিব লাগে।

৭৩) দুয়ো নেতায়ে পঞ্চম আইজিচিত আয়োজিত বিচাৰ বিবেচনাত সন্তুষ্টি ব্যক্ত কৰিলে আৰু ৰাজনৈতিক সহযোগিতা আৰু শক্তিশালী কৰাৰ নিজৰ চিন্তাক পুনৰ পুষ্ট কৰিলে আৰু ক্ষেত্ৰীয় আৰু সমগ্ৰ বিশ্বজুৰি মহত্ব থকা  দিশবোৰৰ প্ৰতি নিজৰ দৃষ্টিকোণৰ সমম্বয় অক্ষুণ্ন ৰখাৰ সংকল্প ল’লে। জাৰ্মানীৰ চেঞ্চেলৰ ডাঃ এঞ্জেলা মাৰ্কেলে ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আইজীছীকগ্ৰামজোসীৰ পৰা আতিথ্যৰ বাবে ধন্যবাদ জনালে।

 

***

VRRK/KP/AK/RD