Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আমাৰ ৰাষ্ট্ৰখনৰ বাবে শ্বহীদ বৰণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ সেৱা তথা ত্যাগৰ কথাও স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“পূজ্য বাপুলৈ তেখেতৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনালোঁ। তেখেতৰ আদৰ্শৰাজিয়ে আমাক এখনি উন্নত ভাৰত গঢ়িবলৈ প্ৰেৰণা যোগায়। মই লগতে আমাৰ ৰাষ্ট্ৰৰ বাবে শ্বহীদ বৰণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেওঁলোকৰ সেৱাৰ লগতে ত্যাগৰ কথাও স্মৰণ কৰিছোঁ।”

**********

MJPS/ST/SB