পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধী আৰু বিজয়ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ সৰলতা, সাহস আৰু ৰাষ্ট্ৰৰ প্ৰতি কৰা সেৱাই প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰগতিৰ প্ৰতি তেওঁলোকৰ আদৰ্শ আৰু অটল প্ৰতিশ্ৰুতি সদায়েই পথ প্ৰদৰ্শক হৈ থাকিব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ পোষ্টত কয়;
‘ৰাজঘাটত মহাত্মা গান্ধী আৰু বিজয়ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁলোকৰ সৰলতা, সাহস আৰু ৰাষ্ট্ৰৰ প্ৰতি কৰা সেৱাই প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি আহিছে।
ভাৰতৰ প্ৰগতিৰ প্ৰতি তেওঁলোকৰ আদৰ্শ আৰু অটল প্ৰতিশ্ৰুতি সদায়েই আমাৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব।’
Paid homage to Mahatma Gandhi at Rajghat and former Prime Minister Lal Bahadur Shastri Ji at Vijay Ghat.
Their lives of simplicity, courage and service to the nation continue to inspire generations.
Their ideals and unwavering commitment to India’s progress will always remain… pic.twitter.com/lXhOLhUH9w
— Narendra Modi (@narendramodi) October 2, 2026
MJPS/SS/ST/MK
Paid homage to Mahatma Gandhi at Rajghat and former Prime Minister Lal Bahadur Shastri Ji at Vijay Ghat.
— Narendra Modi (@narendramodi) October 2, 2026
Their lives of simplicity, courage and service to the nation continue to inspire generations.
Their ideals and unwavering commitment to India's progress will always remain… pic.twitter.com/lXhOLhUH9w