Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাত্মা ফুলেৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা ফুলেৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “জন্ম বাৰ্ষিকীত মহাত্মা ফুলেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সমাজ সংস্কাৰৰ দিশত তেওঁৰ অগ্ৰণী আৰু নিৰলস প্ৰচেষ্টাই দৰিদ্ৰ লোকসকলক ব্যাপকভাৱে সহায় কৰিছিল।

তেওঁ মহিলাসকলৰ উন্নয়ন আৰু যুৱক-যুৱতীসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি অবিচলিত আছিল।”

***

AKT/KP/DB