Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাণা প্ৰতাপ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ যোদ্ধা মহাৰাণা প্ৰতাপক তেওঁৰ জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্সত লিখিছে;

“দেশৰ অমৰ যোদ্ধা মহাৰাণা প্ৰতাপক তেওঁৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মাতৃভূমিৰ আত্মসন্মান ৰক্ষাৰ বাবে তেওঁ প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্ব আজিও আমাৰ বীৰ-বীৰাংগনাসকলৰ বাবে পথ প্ৰদৰ্শক হৈ আছে। মা ভাৰতীৰ প্ৰতি সমৰ্পিত তেওঁৰ বীৰ জীৱন সদায় দেশবাসীৰ বাবে অনুপ্ৰেৰণাৰ উ হৈ থাকিব।”

 

 

***

MJPS/ST/DD