Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰৰ বাছ দূৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত বাছ দূৰ্ঘটনাত নিহত যাত্ৰীসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

“মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত বাছ দূৰ্ঘটনাৰ বাবে মই অত্যন্ত দুখিতঃ৷ নিহত যাত্ৰীসকলৰ প্ৰতি মই গভীৰ শোক ব্যক্ত কৰিছো৷”, প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS