পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি মহাৰাষ্ট্ৰৰ ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো৷ মহাৰাষ্ট্ৰৰ ধাৰাবাহিক বিকাশ আৰু উন্নয়নৰ ধাৰাৰ অক্ষুণ্ণ থকাৰ কামনা কৰিছো৷ ৰাজ্যখনে আমাৰ দেশৰ উন্নয়নৰ যাত্ৰাক এক নতুন গতি প্ৰদান কৰিব আৰু এক বিশেষ স্তৰলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰিছো৷’’
***
AKT/HS/RD
महाराष्ट्रातील सर्व नागरिकांना महाराष्ट्र दिनाच्या शुभेच्छा ! महाराष्ट्राच्या निरंतर प्रगती आणि समृद्धीसाठी मी प्रार्थना करतो. हे राज्य प्रगतीच्या नव्या उंचीवर पोहोचावे आणि देशाच्या विकासाच्या प्रवासात त्याचे योगदान असेच वाढत जावे.
— Narendra Modi (@narendramodi) May 1, 2018
Best wishes to the people of Maharashtra on their Statehood Day. I pray for the continued progress and prosperity of Maharashtra. May the state scale new heights and keep contributing to the development journey of our nation.
— Narendra Modi (@narendramodi) May 1, 2018