Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহিলাৰ নিযুক্তিৰ হাৰত উল্লেখযোগ্য বৃদ্ধিৰ ওপৰত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশতে মহিলাৰ নিযুক্তিৰ হাৰত হোৱা উল্লেখযোগ্য বৃদ্ধিৰ ওপৰত আলোকপাত কৰি এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মানসুখ মাণ্ডৱিয়াই উল্লেখ কৰা অনুসৰি ২০১৭ চনত ২২ শতাংশৰ পৰা ২০২৫ চনত মহিলাৰ নিযুক্তিৰ হাৰ ৩৯ শতাংশলৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

“মহিলাৰ নিযুক্তিৰ হাৰ ২০১৭ চনৰ ২২ শতাংশৰ পৰা ২০২৫ চনত ৩৯ শতাংশলৈ বৃদ্ধি পাইছেঃ কেন্দ্ৰীয় মন্ত্ৰী @mansukhmandviya”

 

*****

MJPS/PRK/DD