Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ বাবা বিশ্বনাথ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা; ৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা

প্ৰধানমন্ত্ৰীৰ বাবা বিশ্বনাথ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা; ৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাশীৰ বাবা বিশ্বনাথ মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা কৰি দেশৰ জনসাধাৰণৰ সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।

“হৰ হৰ মহাদেৱ!

কাশীৰ বাবা বিশ্বনাথ মন্দিৰলৈ যোৱা আৰু পূজা কৰাৰ সৌভাগ্য লাভ কৰিলো। ইয়াত ভগৱান ভোলানাথৰ ওচৰত সকলো দেশবাসীৰ সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰো।

মা অন্নপূৰ্ণা আৰু মা গংগাৰ দৰ্শনে অপৰিসীম শান্তি কঢ়িয়াই আনিলে। তেওঁৰ অনুগ্ৰহে সকলোৰে মাজত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰক!

কাশীৰ জনসাধাৰণক পুনৰ অভিবাদন জনাইছো।

*****

MJPS/PRK/DD