পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-
“प्रभया हि विना यद्वद् भानुरेष न विद्यते।
प्रभा च भानुना तेन सुतरां तदुपाश्रया॥”
সুভাশিতমত কোৱা হৈছে যে যেনেকৈ সূৰ্যক ইয়াৰ পোহৰৰ অবিহনে অনুভৱ কৰিব নোৱাৰি, ঠিক তেনেদৰে সূৰ্য্যৰ অবিহনে পোহৰৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে সূৰ্যৰ সমগ্ৰ অস্তিত্ব, শক্তি আৰু ইয়াৰ পোহৰ সম্পূৰ্ণৰূপে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
प्रभया हि विना यद्वद् भानुरेष न विद्यते।
प्रभा च भानुना तेन सुतरां तदुपाश्रया॥
प्रभया हि विना यद्वद् भानुरेष न विद्यते।
प्रभा च भानुना तेन सुतरां तदुपाश्रया॥ pic.twitter.com/jjLE20617F
— Narendra Modi (@narendramodi) July 14, 2026
***
MJPS/SS/VJ/NB
प्रभया हि विना यद्वद् भानुरेष न विद्यते।
— Narendra Modi (@narendramodi) July 14, 2026
प्रभा च भानुना तेन सुतरां तदुपाश्रया॥ pic.twitter.com/jjLE20617F