Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ মহাকাশ সাফল্য আৰু ভৱিষ্যতৰ অভিযানৰ ৰূপৰেখাত আলোকপাত কৰা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী সোমনাথ শ্ৰীধৰ পানিকাৰৰ এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী সোমনাথ শ্ৰীধৰ পানিকাৰৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰবন্ধটোত প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু এক স্পষ্ট ৰাষ্ট্ৰীয় দৃষ্টিভংগীয়ে কেনেদৰে ভাৰতৰ মহাকাশ উচ্চাকাংক্ষাক বাস্তৱত পৰিণত কৰাত সহায় কৰিছিল সেই বিষয় প্ৰতিফলিত হৈছে। ব্যক্তিগত অংশীদাৰসকলৰ বাবে মহাকাশ খণ্ড মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ নীতি ২০২৩-ৰ গুৰুত্বৰ ওপৰত ইয়াত আলোকপাত কৰা হৈছে আৰু মহাকাশলৈ মানৱৰ যাত্ৰা, ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ আৰু গভীৰ চন্দ্ৰ অন্বেষণকে ধৰি ভাৰতৰ ভৱিষ্যতৰ অভিযানৰ ৰূপৰেখাৰ বিষয়ে আলোচনা কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছেঃ

“চন্দ্ৰ সম্পৰ্কত বিশাল অগ্ৰগতি আৰু মহাকাশত ভাৰতৰ ভৱিষ্যতৰ বাবে এক বিশাল দৃষ্টিভংগী!
@isroৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ শ্ৰীধৰ পানিকৰে কেনেদৰে প্ৰধানমন্ত্ৰী @narendramodi ৰ নেতৃত্ব আৰু এক স্পষ্ট ৰাষ্ট্ৰীয় দৃষ্টিভংগীয়ে ভাৰতৰ মহাকাশ উচ্চাকাংক্ষাক বাস্তৱত পৰিণত কৰাত সহায় কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছে।

মহাকাশ খণ্ডক ব্যক্তিগত অংশীদাৰসকলৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ নীতি ২০২৩-ৰ গুৰুত্বৰ ওপৰত তেওঁ আলোকপাত কৰিছে আৰু মহাকাশলৈ মানৱৰ যাত্ৰা, ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ আৰু গভীৰ চন্দ্ৰ অন্বেষণকে ধৰি ভাৰতৰ ভৱিষ্যতৰ অভিযানৰ ৰূপৰেখাৰ বিষয়ে আলোচনা কৰিছে।

 

সকলোৱে পঢ়ক!

timesofindia.indiatimes.com/science/from-c…”

 

*******

MJPS/SS/PRK/HS