Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰ বাবে মেৰী কমক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে মেৰী কমক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে৷

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতীয় ক্ৰীড়াৰ বাবে এয়া এক গৌৰৱৰ ক্ষণ৷ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰ বাবে মেৰী কমক অভিনন্দন জনাইছো৷ ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ যি অধ্যৱসায় আৰু বিশ্ব পৰ্যায়ত কৰা প্ৰদৰ্শন প্ৰকৃতাৰ্থত প্ৰেৰণাদায়ক৷ তেওঁৰ এই বিজয় সঁচাকৈ বিশেষ৷”

*****

AKT/KP/DB