পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ম্যানমাৰৰ মাজত মানৱ সৰবৰাহ ৰোধ, পুনৰুদ্ধাৰ, মানৱ সৰবৰাহৰ ভুক্তভোগীসকলৰ প্ৰত্যাৰ্পণ আৰু পুনৰ একত্ৰীকৰণৰ বাবে স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷
বুজাবুজিৰ চুক্তিপত্ৰৰ লক্ষ্যসমূহঃ
***
VRRK/SC/SH/MANN