Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ড. মহম্মদ মুইজুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড. মহম্মদ মুইজুক মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে: “মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে @MMuizzu লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

“ভাৰত-মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে ভাৰত মহাসাগৰ অঞ্চলত আমাৰ সামগ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”

 

***

DS/ST