Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুম্বাইত পদপিষ্ট হৈ মৃত্যু হোৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত পদপিষ্ট হৈ মুত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মুম্বাইত পদপিষ্ট হৈ মুত্যু হোৱাসকলৰ প্ৰতি মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।

মুম্বাই সংঘটিত ঘটনাৰ নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে। ৰে’ল মন্ত্ৰী পীযুষ গোৱেল নিজেই মুম্বাইত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।”

******

HS/DB