Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়,

মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি ছী লিংকত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি অতিশয় দুঃখিত হৈছো। শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিলো। মই আশা কৰো যে যিসকল আহত হৈছে, তেওঁলোক যাতে সোনকালে আৰোগ্য হয়।

***

DS/TS/DB