Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘মেক ইন ইণ্ডিয়া’ৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আঁচনিখনৰ প্ৰভাৱৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পদক্ষেপৰ সাফল্যৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপৰ ফলত ভাৰতত অধিক উৎপাদন হোৱাৰ উপৰি অধিক বিনিয়োগ হৈছে তথা দেশৰ পৰা অধিক ৰপ্তানি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই পৰিৱৰ্তন সকলো খণ্ডতে দৃশ্যমান।

এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ

“ভাৰতত অধিক নিৰ্মাণ হৈছে।

ভাৰতত অধিক বিনিয়োগ হৈছে।

ভাৰতৰ পৰা অধিক ৰপ্তানি হৈছে।

সকলো খণ্ডত দৃশ্যমান হৈছে এই পৰিৱৰ্তন!

#12YearsOfMakeInIndia”

 

****

MJPS/SS/PRK/DD