Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মেঘালয়ৰ ৰাজ্য স্থাপন দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মেঘালয়ৰ জনতাক তেওঁলোকৰ ৰাজ্য স্থাপন দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷

‘‘মেঘালয়ৰ জনতাক ৰাজ্য স্থাপন দিৱস উপলক্ষে শুভেচ্ছা জনাইছো৷

মেঘালয়ৰ জনতাই দেশলৈ মহৎ অৱদান৷ মই ৰাজ্যখনৰ ক্ৰমাগত উন্নতিৰ বাবে প্ৰাৰ্থনা কৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/MANN