Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লোকসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চুলতান আহমেদৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চুলতান আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “লোকসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চুলতান আহমেদৰ মৃত্যুত দুখিত হৈছোঁ। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছোঁ।”

*****

AKT/SH/DB