পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকত শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে মহাকাশত গৱেষণা আৰ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ছাও টমে আৰু প্ৰিন্সিপেৰ মাজত স্বাক্ষৰিত পৰিকাঠামো চুক্তি সম্পৰ্কে অৱগত কৰা হয়৷ ২০১৮ৰ ৭ ছেপ্টেম্বৰত নতুন দিল্লীত এই পৰিকাঠামো চুক্তি স্বাক্ষৰ কৰা হয়৷
চুক্তিখনৰ বৈশিষ্ট্যসমূহ হৈছেঃ
পটভূমিঃ
*****
AKT/SH/DB