Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিৰক্ষা অনুষ্ঠান—আশাৰা মুবাৰকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী


ডাউদী বহৰা সমূদায়ৰ উদ্যোগত ইন্দোৰত অহা ১৪ ছেপ্তেম্বৰত আয়োজিত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিৰক্ষা অনুষ্ঠান—আশাৰা মুবাৰকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী৷

তেওঁ জনসাধাৰণক সম্বোধন কৰি ভাষণ আগবঢ়াব৷ অনুষ্ঠানত ডাউদী বহৰা সমূদায়ৰ আধ্যাত্মিক মূৰব্বী মহামান্য ড০ ছৈয়দনা মুফাডাল ছৈফুদ্দিন আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানেও উপস্থিত ৰাইজক সম্বোধন কৰিব৷

 *****

AKT/VJ/SBP/MS