পি এম ইণ্ডিয়া
ভাৰতৰ অন্যতম স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ আজি জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেই মহান সংগ্ৰামী সত্তাক শ্ৰদ্ধাৰে সোঁৱৰে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি জন্মবাৰ্ষিকীত মহান স্বতন্ত্ৰ সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মালৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো৷ তেখেতৰ দেশপ্ৰেম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷
‘‘এইগৰাকী মনিষী শ্যামজী কৃষ্ণ বাৰ্মা আৰু তেওঁৰ মহানতাৰ বিষয়ে উল্লেখ কৰি মই পূৰ্বে আগবঢ়োৱা এক ভাষণৰ ভিডিঅ’ লিংক আগবঢ়াইছো৷ https://www.youtube.com/watch?v=NLw_2cNVRuQ “, প্ৰধানমন্ত্ৰীয়ে লগতে কয়৷
***
AKT/AK/Rang
I bow to the venerable Shyamji Krishna Varma on his Jayanti. His patriotic zeal and efforts for India’s freedom can never be forgotten.
— Narendra Modi (@narendramodi) October 4, 2017
Sharing an old speech in which I have spoken extensively about Shyamji Krishna Varma and his greatness. https://t.co/ZuASVUa4du
— Narendra Modi (@narendramodi) October 4, 2017