পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়া ৰাজাপাকছাক ধন্যবাদ জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘ছাৰ্ক ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ ৫ মিলিয়ন ডলাৰৰ অৰ্থনৈতিক সাহায্য আগবঢ়োৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়া ৰাজাপাকছাক ধন্যবাদ জ্ঞাপন কৰিছো৷ আমাৰ ঐক্যৱদ্ধ সহযোগিতাই এই ৰোগক কাৰ্যকৰীভাৱে প্ৰতিৰোধ কৰাৰ বাবে দীৰ্ঘসময়লৈ ধাৱমান হ’ব৷’’
*****
VRRK/ VJ/MANN
Sincerely thank President of Sri Lanka @GotabayaR for contributing $ 5 million to the SAARC COVID-19 Emergency Fund. Our cooperation will go a long way in fighting this disease effectively.
— Narendra Modi (@narendramodi) March 23, 2020