পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অজয় ৰায়ৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী অজয় ৰায় অসুস্থ হোৱাৰ খবৰ লাভ কৰিছো আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ।
এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“উত্তৰপ্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয়ৰ ৰায় জীৰ অসুস্থ বুলি খবৰ লাভ কৰিছোঁ। মই তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ।”
उत्तर प्रदेश कांग्रेस अध्यक्ष अजय राय जी के अस्वस्थ होने का समाचार प्राप्त हुआ है। मैं उनके जल्द से जल्द स्वस्थ होने की कामना करता हूं।@kashikirai
— Narendra Modi (@narendramodi) May 1, 2026
****
MJPS/PRK/DB
उत्तर प्रदेश कांग्रेस अध्यक्ष अजय राय जी के अस्वस्थ होने का समाचार प्राप्त हुआ है। मैं उनके जल्द से जल्द स्वस्थ होने की कामना करता हूं।@kashikirai
— Narendra Modi (@narendramodi) May 1, 2026