প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক আৱিৰ্ভাৱ পৰ্ব উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী গুৰু নানক দেৱ জীয়ে দেখা অন্তৰ্ভূক্তিমূলক তথা সামাঞ্জস্যপূৰ্ণ সমাজ গঢ়াৰ সপোন সাকাৰ কৰাত আজিয়েই আমি নিজকে পুনৰ উচৰ্গা কৰাৰ দিন৷”
***
VRRK/AK/DB
Today, on the very special occasion of the 550th Prakash Parv of Shri Guru Nanak Dev Ji, my greetings to everyone. This is a day to rededicate ourselves to fulfilling Shri Guru Nanak Dev Ji’s dream of a just, inclusive and harmonious society. pic.twitter.com/8LLUU0a3Jg
— Narendra Modi (@narendramodi) November 12, 2019