Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী চিএছ শিৱালীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চিএছ শিৱালীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, কৰ্ণাটকৰ মন্ত্ৰী শ্ৰী চিএছ শিৱালীৰ পৰিয়াল আৰু তেওঁৰ সমৰ্থকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷

কৰ্ণাটকৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে শ্ৰী শিৱালীক সদায় স্মৰণ কৰিব৷ তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷

*****

AKT/KP/DB