Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী প্ৰিয় ৰঞ্জন দাসমুন্সিৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰিয় ৰঞ্জন দাসমুন্সিৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্কাশ কৰিছে।

এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী প্ৰিয় ৰঞ্জন দাসমুন্সি ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতাৰে সমৃদ্ধ এগৰাকী জনপ্ৰিয় নেতা আছিল। ভাৰতত ফুটবলৰ জনপ্ৰিয়তাৰ বাবে তেওঁ যথেষ্টখিনি উল্লেখযোগ্য কাম কৰিছিল। তেওঁৰ মৃত্যুত দুঃখিত হৈছো। দীপা দাসমুন্সি আৰু তেওঁৰ পৰিয়ালৰ লগতে সকলো শুভাকাংক্ষীলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

*****

AKT/SH/DB