Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

 

 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

 

“মই শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ জন্মজয়ন্তীত নতশিৰে প্ৰণাম কৰিছো। তেওঁ সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক আছিল। তেওঁ এখন মুক্ত আৰু বিভেদহীন সমাজৰ সপোন দেখিছিল,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে যোৱাবছৰ শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আগবঢ়োৱা ভাষণৰ লিংকো উপলব্ধ কৰে।

 

ভাষণৰ লিংকঃ https://www.narendramodi.in/pm-modi-addresses-sri-ram-krishna-vachanmitra-satram-tiruvalla-via-video-conferencing-534416

 

 

***

 

AKT/AP/PRK