পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনত আমাৰ দেশে নাৰী সবলীকৰণৰ দিশত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। তেওঁ লগতে কয় যে আমাৰ মাতৃ-ভগ্নীক সন্মান জনোৱাটোৱেই হৈছে ৰাষ্ট্ৰখনক সন্মান কৰা, আৰু এই মনোভাবেৰে আমি এই দিশত দৃঢ়তাৰে আগবাঢ়িছো।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰে-
“ব্যুচান্তি হি ৰশ্মিভিৰ্বিশ্বমভাসী ৰোচনাম।
তা ত্বামুশ্বৰ্বসুয়ো গিৰ্ভি কনভা আহুষত।”
এই সংস্কৃত সুভাষিতমটোত কোৱা হৈছে যে নাৰীয়ে নিজৰ জ্ঞানৰ পোহৰেৰে অজ্ঞানতাৰ অন্ধকাৰ দূৰ কৰি সমগ্ৰ বিশ্বক আলোকিত কৰে। গতিকে সমৃদ্ধি আৰু উচ্চ গুণৰ আকাংক্ষীসকলে নাৰীক সদায় সন্মান কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে;
“আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনত আমাৰ দেশে মহিলা সবলীকৰণৰ দিশত ঐতিহাসিক পদক্ষেপ ল’বলৈ ওলাইছে। আমাৰ মাতৃ-ভগ্নীসকলক সন্মান জনোৱাটোৱেই হৈছে ৰাষ্ট্ৰখনক সন্মান কৰা আৰু এই মনোভাবেৰে আমি এই দিশত দৃঢ়তাৰে আগবাঢ়িছো।
ব্যুচান্তি হি ৰশ্মিভিৰ্বিশ্বমভাসী ৰোচনাম।
তা ত্বামুশ্বৰ্বসুয়ো গিৰ্ভি কনভা আহুষত।”
आज से शुरू हो रही संसद की विशेष बैठक में हमारा देश नारी सशक्तिकरण के लिए ऐतिहासिक कदम उठाने जा रहा है। हमारी माताओं-बहनों का सम्मान राष्ट्र का सम्मान है और यही भावना लेकर हम इस दिशा में दृढ़ता से आगे बढ़ रहे हैं।
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम्।
ता त्वामुषर्वसूयवो… pic.twitter.com/8KWT1WLSje
— Narendra Modi (@narendramodi) April 16, 2026
***
MJPS/SS/ST/KD