পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সীমা শুল্ক সম্পৰ্কীয় বিষয়ৰ সহযোগিতা আৰু পাৰস্পৰিক সাহায্যৰ ক্ষেত্ৰত ভাৰত আৰু ছৌদি আৰবৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷
এই চুক্তিয়ে সীমা শুল্ক সম্পৰ্কীয় ফলপ্ৰসূ, বিশ্বাসযোগ্য, তাৎক্ষণিক তথা ব্যয়সাধ্য তথ্য যোগান ধৰাৰ লগতে অপৰাধ প্ৰতিৰোধ তথা অনুসন্ধান আৰু এনে অপৰাধী কৰায়ত্ত কৰাত চোৰাংছোৱাক সহায় কৰিব৷
******
AKT/DB