পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ ছাহানছাহপুৰত এটি শৌচালয়ৰ আধাৰশিলা স্থাপন কৰি স্বচ্ছ শ্ৰমদানত ভাগ লয়৷ অঞ্চলটোক মুকলিত শৌচ-মুক্ত গাঁও হিচাপে গঢ় দিয়াত আগভাগ লোৱা লোকসকলৰ সৈতে তেওঁ মত বিনিময় কৰে৷ শৌচালয়ক ‘ইজ্জত ঘৰ’ আখ্যা দিয়াৰ ক্ষেত্ৰত গাঁওবাসীৰ পদক্ষেপকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে গাঁওখনত অনুষ্ঠিত পশুধন আৰোগ্য মেলাও পৰিদৰ্শন কৰে৷ এই আৰোগ্য মেলা প্ৰাংগণত আয়োজিত বিভিন্ন স্বাস্থ্য আৰু চিকিৎসা বিষয়ক কাৰ্যসূচীৰ বিষয়ে তেওঁক অৱগত কৰোৱা হয়৷
অনুষ্ঠানত সমবেত বৃহৎ জনসমাগমক উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে পশুধন মেলাৰ সফল আয়োজনৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে এই নতুন প্ৰচেষ্টাই ৰাজ্যখনৰ পশুপালন উদ্যোগক উপকৃত কৰিব৷ অধিক দুগ্ধ উৎপাদনে জনসাধাৰণৰ অৰ্থনৈতিক স্থিতি মজবুত কৰিব৷
জনসাধাৰণৰ কল্যাণ সাধনেই চৰকাৰৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ২০২২ৰ ভিতৰত কৃষি আয় দুগুণ কৰিবলৈ তেওঁলোক সংকল্পবদ্ধ৷ ছইল হেল্থ কাৰ্ডসমূহে দেশৰ কৃষকক লক্ষ্যণীয়ভাৱে উপকৃত কৰিছে বুলিও তেওঁ কয়৷ আমাৰ স্বাধীনতা সংগ্ৰামীসকলে দেখা সপোন পূৰণ কৰিবলৈ তথা ভাৰতক প্ৰগতিৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত ইতিবাচক বৰঙণি আগবঢ়াবলৈ তেওঁ সকলোকে আহ্বান জনায়৷
পৰিষ্কাৰ-পৰিচ্ছন্নতা আমাৰ সকলোৰে কৰ্তব্য বুলি প্ৰতিগৰাকী নাগৰিকে অনুভৱ কৰা প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে স্বচ্ছতা তেওঁৰ বাবে এক প্ৰাৰ্থনাস্বৰূপ আৰু পৰিচ্ছন্নতা হ’ল দৰিদ্ৰৰ প্ৰতি সেৱা কৰাৰ এক পন্থা৷
*****
AKT/SH/MS
I want to congratulate the Uttar Pradesh Government & specially @myogiadityanath for holding the Pashudhan Arogya Mela: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
Focus on animal health is commendable. This focus will benefit the farmers across the state: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
For us, governance is not about politics or winning elections. The priority is the wellbeing of the nation: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
Let us build on the strides we have made in the dairy sector. Cooperatives can help in this regard, as they have in parts of the nation: PM
— PMO India (@PMOIndia) September 23, 2017
Let us make these five years about creating the India our freedom fighters dreamt about: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
Doubling of farmers income is an area in which significant work is being done. Schemes like soil health card are benefitting farmers: PM
— PMO India (@PMOIndia) September 23, 2017
'Swachhata' has to become 'Swabhav' - it is our collective responsibility to keep our nation clean" PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
A clean India also means a healthier India: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
I had the opportunity to help in toilet construction at a village nearby. The people of the village have decided to make the village ODF: PM
— PMO India (@PMOIndia) September 23, 2017
Swachhata is a Puja for me. Cleanliness is a way to serve the poor of India: PM @narendramodi
— PMO India (@PMOIndia) September 23, 2017
As a part of #SwachhataHiSeva movement, did Shramdan for the construction of a twin pit toilet at Shahanshahpur, Varanasi. pic.twitter.com/53WDxYL7nq
— Narendra Modi (@narendramodi) September 23, 2017
Let us actively participate in the movement towards a Swachh Bharat and fulfil Mahatma Gandhi's dream. @swachhbharat
— Narendra Modi (@narendramodi) September 23, 2017
Visited a Pashudhan Arogya Mela on Day 2 of my Kashi visit. UP Government’s focus on animal welfare is commendable & will help farmers. pic.twitter.com/R429RL8y0s
— Narendra Modi (@narendramodi) September 23, 2017