পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী জানেজ জান্সাক স্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
‘স্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে জানেজ জান্সাক আন্তৰিক অভিনন্দন জনাইছো। আমাৰ জনসাধাৰণৰ অংশীদাৰী সমৃদ্ধি আৰু পাৰস্পৰিক লাভালাভৰ বাবে দুয়োপৰক্ষৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে মই তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।
@JJansaSDS’
Heartiest congratulations to Mr. Janez Janša on his election as the Prime Minister of Slovenia. I look forward to working closely with him to further strengthen our bilateral ties for the shared prosperity and mutual benefit of our people.@JJansaSDS
— Narendra Modi (@narendramodi) May 28, 2026
***********
MJPS/SS/ST/MK