Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হাউডি মোদী অনুষ্ঠানৰ বাবে বিভিন্ন প্ৰখ্যাত ব্যক্তিৰ পৰা প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে প্ৰশংসা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ হিউষ্টনৰ ভাষণে আমেৰিকাৰ বিভিন্ন প্ৰখ্যাত ব্যক্তি যেনে ৰিপাব্লিকান পেট অল’ছ’ন, ৰিপাব্লিকান কেভিন ব্ৰেডি, ছিনেটৰ জন কৰ্নিন, ছিনেটৰ কেভিন ক্ৰেমাৰ, ছিনেটৰ টেড ক্ৰুজ, মিছিছিপিৰ ৰাজ্যপাল ফিল বাইৰাণ্ট, ৰাজ্যপাল মেট বেভিন, হিউষ্টনৰ মেয়ৰ আদিৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ ভাৰতৰ প্ৰখ্যাত ব্যক্তিসকল যেনে বিকাশ খান্না, প্ৰসুন যোশী, কৰণ জোহৰ, অজয় দেৱগণ, মিলিন্দ দেৱৰা আৰু ঋষি কাপুৰ আদিয়ে প্ৰধানমন্ত্ৰীৰ ভাষণৰ প্ৰশংসা কৰে আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰশংসাৰ বাবে ধন্যবান জ্ঞাপন কৰে৷

*******

VRRK/AK/MANN