পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানা প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷
১৯৬৬ চনৰ ১ নৱেম্বৰত হাৰিয়ানা প্ৰতিষ্ঠা হৈছিল৷
প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাক সাহসী, দক্ষ, তৰুণেৰে ভৰপূৰ আৰু প্ৰাচীন তথা আধুনিক সংস্কৃতিৰ সংমিশ্ৰণযুক্ত ৰাজ্য হিচাপে আখ্যা দিয়ে৷ তেওঁ আশা প্ৰকাশ কৰে যে ৰাজ্যখনে প্ৰগতিৰ পথত আগুৱাই যাব আৰু দেশৰ কল্যাণৰ প্ৰতি বৰঙণি আগবঢ়াই যাব৷
***
VRRK/SH/MS
शौर्य और कौशल, जवान और किसान, प्राचीन संस्कृति और नव तकनीक की संगम स्थली हरियाणा के निवासियों को राज्य के स्थापना दिवस की बहुत-बहुत बधाई। विकास की राह पर निरंतर अग्रसर यह प्रदेश आगे भी देश की समृद्धि में अपना अमूल्य योगदान देता रहे।
— Narendra Modi (@narendramodi) November 1, 2019