Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

“হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত সকলো ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো! ৰাজ্যখনৰ উত্তৰোত্তৰ উন্নতি আৰু প্ৰগতি কামনা কৰিছো।”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/AK/PRK