পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আগষ্ট, ২০১৮ত মুম্বাই ভ্ৰমণ কৰিব৷
তেওঁ আইআইটি, বোম্বেৰ ৫৬সংখ্যক বাৰ্ষিক সমাৱৰ্তনৰ দীক্ষান্ত সমোৰোহ সম্বোধন কৰিব৷ দীক্ষান্ত সমাৰোহৰ পিছত প্ৰধানমন্ত্ৰীয়ে আইআইটি বোম্বেৰ শক্তি বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ আৰু পৰিৱেশ বিজ্ঞান আৰু অভিযান্ত্ৰিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন কৰিব৷
*****
AKT/SH/MS